মহিন্দ্ৰাৰ পৰা টাটালৈঃ ১০ লাখতকৈ কম বাজেটত উপলব্ধ এই পাঁচখন SUV বাহন.. Assam news - Assam Tv9

মহিন্দ্ৰাৰ পৰা টাটালৈঃ ১০ লাখতকৈ কম বাজেটত উপলব্ধ এই পাঁচখন SUV বাহন..

Published: 

31 May 2024 | 05:11 PM

আপুনিও চাৰিচকীয়া বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? যদি ১০ লাখ টকাতকৈ কম বাজেটত এখন নতুন SUV বাহন ক্ৰয় কৰিব বিচাৰে, এই বাজেটত ভাৰতীয় বজাৰত উপলব্ধ থকা কেইখনমান বাহনৰ বিষয়ে জানিলে উপকৃত হ’ব। এই তালিকাত মহিন্দ্ৰা, টাটাৰ পৰা আৰম্ভ কৰি আছে টয়টাৰ দৰে কোম্পানীৰ বাহনো।

1 / 5মহিন্দ্ৰা XUV 3X0: মহিন্দ্ৰাৰ এই SUVখন শেহতীয়াকৈ ভাৰতৰ বজাৰত মুকলি কৰা হৈছে। এই SUV ৰ মূল্য ৭ লাখ ৪৯ হাজাৰ টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয়।

মহিন্দ্ৰা XUV 3X0: মহিন্দ্ৰাৰ এই SUVখন শেহতীয়াকৈ ভাৰতৰ বজাৰত মুকলি কৰা হৈছে। এই SUV ৰ মূল্য ৭ লাখ ৪৯ হাজাৰ টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয়।

2 / 5

টাটা নেক্সনঃ টাটা মটৰছৰ এই জনপ্ৰিয় SUV খন ৭ লাখ ৯৯ হাজাৰ ৯৯০ টকা (এক্স শ্ব’ৰুম)ৰ পৰা ১৪,৭৯,৯৯০ টকা (এক্স শ্ব’ৰুম)লৈকে গ্ৰাহকৰ বাবে উপলব্ধ হ’ব।

3 / 5

নিছান মেগনাইটঃ নিছান ইণ্ডিয়াৰ এই SUV খনৰ মূল্য ৫ লাখ ৯৯ হাজাৰ ৯০০ টকাৰ পৰা (এক্স শ্ব’ৰুম)ৰ পৰা ১০ লাখ ৯১ হাজাৰ টকা (এক্স শ্ব’ৰুম)ঽ’ব।

4 / 5

মাৰুতি চুজুকি ব্ৰেজাঃ ভাৰতীয় বজাৰত মাৰুতি চুজুকিৰ এই জনপ্ৰিয় SUV ৰ মূল্য ৮ লাখ ৩৪ হাজাৰ টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয়। বাহনখনৰ টপ ভেৰিয়েন্টৰ মূল্য ১৪ লাখ ১৪ হাজাৰ টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয়।

5 / 5

ৰেন’ল্ট কিগাৰঃ ৰেন’ল্টৰ এই SUVৰ বেছ ভেৰিয়েণ্টৰ মূল্য হ’ব ৫ লাখ ৯৯ হাজাৰ ৯৯০ টকা (এক্স শ্ব’ৰুম)। আনহাতে টপ ভেৰিয়েণ্টৰ দৰ হ’ব ১১ লাখ ২২ হাজাৰ ৯৯০ টকা পৰ্যন্ত(এক্স-শ্ব’ৰুম)।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...