Summer Fashion: গ্ৰীষ্মকালত কেনেকৈ কৰিব বগা পোছাকেৰে ফেশ্বন, চাওক তাৰকাসকল Assam news - Assam Tv9

Summer Fashion: গ্ৰীষ্মকালত কেনেকৈ কৰিব বগা পোছাকেৰে ফেশ্বন, চাওক তাৰকাসকল

Published: 

25 Apr 2024 | 02:15 PM

গ্ৰীষ্মকালত আপুনি আপোনাৰ সাজ-পোছাক বিভিন্ন ধৰণে পিন্ধিব পাৰে। এই সময়ত বগা কাপোৰে আপোনাক অধিক আৰাম দিব। গ্ৰীষ্মকালত চেলিব্ৰিটিৰ কিছুমান বগা কাপোৰৰ ফেশ্বন আপোনালোকক দেখুৱাম। যিবোৰ আপুনি অনুসৰণ কৰিব পাৰে।

1 / 5গ্ৰীষ্মকালীন ফেশ্বন: গ্ৰীষ্মকালত ষ্টাইলৰ লগতে শৰীৰৰ আৰামৰ যত্ন ল’ব লাগে। অৱশ্যে গৰমৰ দিনতো বগা পোছাকৰ বহু ট্ৰেণ্ড দেখা গৈছে। ষ্টাইলিছ লুক এটাৰ বাবে আপুনি এটা অল হোৱাইট ড্ৰেছ পিন্ধিব পাৰে।

গ্ৰীষ্মকালীন ফেশ্বন: গ্ৰীষ্মকালত ষ্টাইলৰ লগতে শৰীৰৰ আৰামৰ যত্ন ল’ব লাগে। অৱশ্যে গৰমৰ দিনতো বগা পোছাকৰ বহু ট্ৰেণ্ড দেখা গৈছে। ষ্টাইলিছ লুক এটাৰ বাবে আপুনি এটা অল হোৱাইট ড্ৰেছ পিন্ধিব পাৰে।

2 / 5

ফেশ্বন ট্ৰেণ্ডৰ ক্ষেত্ৰত কেটৰিণাৰ এই অল হোৱাইট লুকটোত অতি আকৰ্ষনীয় দেখা গৈছে। তাতে ৰঙা লিপষ্টিকটোৱে বেছি উজ্জ্বল কৰি তুলিছে।

3 / 5

বগা ক্ৰপ-টপৰ সৈতে থাই হাই স্লিট স্কাৰ্ট লুকত কিয়াৰাক অতি ধুনীয়া দেখা গৈছে। সম্পূৰ্ণ হাত দীঘল পোছাকত পৰী যেন লাগিছে।

4 / 5

বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰক বগা কুৰ্টি লুকত খুব ধুনীয়া দেখা গৈছে। সাজ-পোছাকৰ ক্ষেত্ৰত কৰিশ্মা সদায় ব্যতিক্ৰম।

5 / 5

বগা মিনি ড্ৰেছত জাহ্নৱী কাপুৰক অতি গ্লেমাৰাছ দেখা গৈছে। বগা ড্ৰেছৰ সৈতে বৰ্গক্ষেত্ৰৰ নেকলাইন আৰু বহল ষ্ট্ৰেপ পেটাৰ্ণ পিন্ধিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...