Assam: আহিব পাৰে মুকলি আকাশৰ তললৈ! চুমি- তাৰ্কিক- বিশালক লৈ ডাঙৰ খবৰ... | sumi borah tarkik and bishal apply for bail court hearing tomorrow Assam news - Assam Tv9

Assam: আহিব পাৰে মুকলি আকাশৰ তললৈ! চুমি- তাৰ্কিক- বিশালক লৈ ডাঙৰ খবৰ…

Published: 

13 Nov 2024 | 06:56 PM

Assam trading scam: কিছুদিন পূৰ্বে ৰাজ্যত পোহৰলৈ অহা এক ট্ৰেডিং কেলেংকাৰীয়ে সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি কৰিছিল। ট্ৰেডিং কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ হৈছি চুমি বৰা, তাৰ্কিক বৰা, বিশাল ফুকনৰ লগতে বহুতো। এতিয়াও ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত একাংশ অভিযুক্ত জেলত আছে।

1 / 5ৰাজ্যত সংঘটিত হোৱা অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰি গৈছিল সমগ্ৰ দেশ। ২২ বছৰীয়া বিশাল ফুকন নামৰ যুৱকজনে সাধাৰণ ৰাইজক ৰাম ঠগন দি কোটি কোটি টকা লুণ্ঠন কৰিছিল। কম টকাৰ বিনিময়ত অধিক টকা লাভৰ প্ৰলোভন দি ৰাজ্যৰ বহু লোকক জালত পেলাইছিল।

ৰাজ্যত সংঘটিত হোৱা অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰি গৈছিল সমগ্ৰ দেশ। ২২ বছৰীয়া বিশাল ফুকন নামৰ যুৱকজনে সাধাৰণ ৰাইজক ৰাম ঠগন দি কোটি কোটি টকা লুণ্ঠন কৰিছিল। কম টকাৰ বিনিময়ত অধিক টকা লাভৰ প্ৰলোভন দি ৰাজ্যৰ বহু লোকক জালত পেলাইছিল।

2 / 5

বিশালৰ লগতে এই কেলেংকাৰীত নাম সাঙোৰ খাইছিল চুমি বৰা আৰু তাৰ্কিক বৰা। এই দুয়োগৰাকী স্বামী- স্ত্ৰীয়েও বিশালৰ সৈতে মিলি কোটি কোটি টকাৰ লুণ্ঠন কৰিছিল। বৰ্তমান জেলত আছে আটাইকেইজন অভিযুক্ত। কিন্তু তিনিওৰে লগত জড়িত এক নতুন খবৰ পোহৰলৈ আহিছে।

3 / 5

4 / 5

দুয়োৰে ৰায়দানৰ বাবে ২৬ নৱেম্বৰৰ দিনটো ধাৰ্য কৰে ন্যায়ালয়ে। ইতিপূৰ্বে চুমি বৰাৰ জামিন নাকচ কৰিছে CBI বিশেষ আদালতে।

5 / 5

উল্লেখ্য যে, কিছুদিন পূৰ্বে জামিন লাভ কৰিছিল তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাই। ইয়াৰোপৰি ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰঞ্জিত কাকতিয়েও ইতিমধ্যে জামিন লাভ কৰিছে। গতিকে এই তিনিওগৰাকীয়ে জামিন লাভ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। অৱশ্যে কাইলৈ গম পোৱা যাব, ন্যায়ালয়ে তেওঁলোকক জামিন প্ৰদান কৰে নে নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...