আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ বিলাসী জীৱন, সামাজিক মাধ্যমত চলিছে এইবাৰ ব্ৰেণ্ডেড পোছাকৰ চৰ্চা | Sumi borah and her husband Tarkik's luxurious life even in police custody Assam news - Assam Tv9

আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ বিলাসী জীৱন, সামাজিক মাধ্যমত চলিছে এইবাৰ ব্ৰেণ্ডেড পোছাকৰ চৰ্চা

Updated On: 

31 Oct 2024 12:42 PM

গ্ৰেপ্তাৰৰ পিছতো যেন চৰ্চা শেষ হোৱা নাই চুমি-তাৰ্কিকৰ। দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট।

1 / 5চৰ্চাৰ অৱসান ঘটা নাই চুমি-তাৰ্কিক আৰু বিশালৰ। ৩দিনৰ CBIৰ জিম্মালৈ চুমি-বিশাল-তাৰ্কিকসহ ৮ অভিযুক্তক। শনিবাৰে পুনৰ হাজিৰ কৰোৱা হব CBI আদালতত।

চৰ্চাৰ অৱসান ঘটা নাই চুমি-তাৰ্কিক আৰু বিশালৰ। ৩দিনৰ CBIৰ জিম্মালৈ চুমি-বিশাল-তাৰ্কিকসহ ৮ অভিযুক্তক। শনিবাৰে পুনৰ হাজিৰ কৰোৱা হব CBI আদালতত।

2 / 5

গ্ৰেপ্তাৰৰ পিছতো যেন চৰ্চা শেষ হোৱা নাই চুমি-তাৰ্কিকৰ। বৰ্তমান ডিব্ৰুগড় আৰক্ষী থানাত জেৰা চলাই থকা হৈছে দুই অভিযুক্তক।

3 / 5

সহজ ধনৰ লোভে অপৰাধী কৰি তুলিছিল চুমি বৰা আৰু তাৰ্কিক বৰাক। দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট। কিয়নো চুমিয়ে গাত উৰি লৈছে ১২ হাজাৰ টকাৰ ফৌনা কেছমিৰৰ ষ্ট’ল আৰু তাৰ্কিকে পিন্ধিছে কেলভিন ক্লেইনৰ দামী টি-চাৰ্ট।

4 / 5

আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। ইফালে আজি চুমিৰ বৌৱেক জিংকি মিলিক স্বৰ্তসাপেক্ষ অন্তৱৰ্তীকালীন জামিন প্ৰদান।

5 / 5

দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট। উল্লেখ্য যে, ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় চুমি আৰু তাৰ্কিক বৰাক, দুয়োকে ৫দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...