Sumi Borah and Tarkik Borah: জামিন নাকচ চুমি-বিশাল-তাৰ্কিকৰ! কি হ’ব চুমি-বিশাল-তাৰ্কিকসহ ৮ অভিযুক্তৰ?
৩দিনৰ CBIৰ জিম্মালৈ চুমি-বিশাল-তাৰ্কিকসহ ৮ অভিযুক্তক। ৩৫৪/২৪ নম্বৰ গোচৰৰ ভিত্তিত আদালতে CBIৰ জিম্মালৈ প্ৰেৰণ কৰিছে আটাইকেইগৰাকীকে। শনিবাৰে পুনৰ আদালতত হাজিৰ কৰিব আটাইকেইজন অভিযুক্তক।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5