নৱবৰ্ষৰ পাৰ্টিত অনুষ্কা সেনৰ দৰে কৰিব পাৰে ষ্টাইল, আপুনিও কৰিব পাৰে অনুসৰণ | Style coat and jacket like Anushka Sen at New Year's party Assam news - Assam Tv9

নৱবৰ্ষৰ পাৰ্টিত অনুষ্কা সেনৰ দৰে কৰিব পাৰে ষ্টাইল, আপুনিও কৰিব পাৰে অনুসৰণ

Published: 

18 Dec 2024 | 10:19 PM

শীতকালত নিজকে ঠাণ্ডাৰ পৰা ৰক্ষা কৰি ষ্টাইলিছ কৰি তোলাটো অতি কঠিন হৈ পৰে। কিন্তু নৱবৰ্ষৰ পাৰ্টিত অনুষ্কা সেনৰ দৰে কোট আৰু জেকেট পিন্ধিব পাৰে। ইয়াৰ দ্বাৰাই ষ্টাইলিছ লুক পাব আৰু লগতে ঠাণ্ডাৰ পৰাও ৰক্ষা পৰিব।

1 / 5অনুষ্কা সেনে পিন্ধিছে লেদাৰ জেকেট আৰু স্কাৰ্ট। লগতে ৰঙা ৰঙৰ কলাৰযুক্ত টপ আৰু গৰম ষ্টকিংছ পিন্ধিছে। নৱবৰ্ষৰ পাৰ্টিত ষ্টাইলিছ লুক পাবলৈ অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰা আইডিয়া ল’ব পাৰে।

অনুষ্কা সেনে পিন্ধিছে লেদাৰ জেকেট আৰু স্কাৰ্ট। লগতে ৰঙা ৰঙৰ কলাৰযুক্ত টপ আৰু গৰম ষ্টকিংছ পিন্ধিছে। নৱবৰ্ষৰ পাৰ্টিত ষ্টাইলিছ লুক পাবলৈ অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰা আইডিয়া ল’ব পাৰে।

2 / 5

ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ মহিলাসকলে দীঘল কোট পিন্ধি ভাল পায়। ইয়াৰ উপৰিও ই ষ্টাইলিছ লুক দিয়াত সহায় কৰে। জাম্প ছুটৰ বিপৰীতে দীঘল কোট পিন্ধিছে অভিনেত্ৰীগৰাকীয়ে। নৱবৰ্ষৰ বাবে অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাও আইডিয়া ল’ব পাৰিব।

3 / 5

নৱবৰ্ষৰ পাৰ্টিৰ বাবে অনুষ্কাৰ এই লুকটোৰ পৰা আইডিয়া ল'ব পাৰিব। ধূসৰ ৰঙৰ চুৱেটাৰ, স্কাৰ্টৰ লগতে শীতকালীন ষ্টকিংছ আৰু কোট ষ্টাইল কৰিছে অভিনেত্ৰীগৰাকীয়ে।

4 / 5

অভিনেত্ৰীগৰাকীয়ে পিন্ধিছে ফাৰ জেকেট। আপুনিও নৱবৰ্ষৰ পাৰ্টিলৈ যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰা আইডিয়া ল’ব পাৰে। এই ধৰণৰ জেকেট এতিয়া ট্ৰেণ্ডত আছে।

5 / 5

পাৰ্টিলৈ যোৱাৰ সময়তো অভিনেত্ৰীগৰাকীৰ এই লুকটো আপুনিও সৃষ্টি কৰিব পাৰে। যদি আপুনি পাৰ্টিত বডিকন ড্ৰেছ পিন্ধি ভাল পায়, তেন্তে অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰাই আইডিয়া ল’ব পাৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...