Sourav Ganguly’s Home: ৪০ কোটি টকাৰ ঘৰত সৌৰভ গাংগুলী, এই ৰাজপ্ৰসাদৰ ভিতৰত কি কি আছে? | Sourav Ganguly’s Rs 40 crore mansion in Kolkata, See the home decor Assam news - Assam Tv9

Sourav Ganguly’s Home: ৪০ কোটি টকাৰ ঘৰত সৌৰভ গাংগুলী, এই ৰাজপ্ৰসাদৰ ভিতৰত কি কি আছে?

Published: 

09 May 2025 | 02:15 PM

Inside of Sourav Ganguly’s Home: নিজৰ সপোনৰ ঘৰখনে সকলোকে স্বৰ্গীয় সুখ দিয়ে। সৌৰভ গাংগুলীৰ পিতৃৰ ঘৰ বেহালাত। সৌৰভ গাংগুলীয়ে আটকধুনীয়াকৈ সজাইছে ঘৰৰ ভিতৰৰ অংশ। মহাৰজাৰ দৰে থকা এই ঘৰৰ দাম প্ৰায় ৪০ কোটি।

1 / 5দেশৰ প্ৰাক্তন অধিনায়ক তথা ব’ৰ্ডৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলী সকলোৰে প্ৰিয়। তেওঁৰ বাবে কলকাতাৰ ঘৰখন স্বৰ্গৰ দৰে। (ফটো-এছিয়ান পেইণ্টছ ইউটিউব চেনেল)

দেশৰ প্ৰাক্তন অধিনায়ক তথা ব’ৰ্ডৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলী সকলোৰে প্ৰিয়। তেওঁৰ বাবে কলকাতাৰ ঘৰখন স্বৰ্গৰ দৰে। (ফটো-এছিয়ান পেইণ্টছ ইউটিউব চেনেল)

2 / 5

কলকাতাৰ বেহালাত সৌৰভ গাংগুলীৰ পিতৃৰ ঘৰ। সেই ঘৰৰ লগত তেওঁৰ এক বিশেষ বন্ধন আছে। হাজাৰ হাজাৰ স্মৃতি সংলগ্ন হৈ আছে। (ফটো-এছিয়ান পেইণ্টছ ইউটিউব চেনেল)

3 / 5

সৌৰভ গাংগুলীৰ ঘৰৰ প্ৰতিটো চুকত বেলেগ বেলেগ আলোকসজ্জা আছে। বহা কোঠাৰ পৰা ঘৰৰ বেলকনিলৈকে এই সকলোবোৰ ঠাই দেখুৱাই তেওঁ বাৰে বাৰে স্মৃতি ৰোমন্থন কৰে। (ফটো-এছিয়ান পেইণ্টছ ইউটিউব চেনেল)

4 / 5

সৌৰভ গাংগুলীৰ ঘৰৰ অন্যতম গুৰুত্বপূৰ্ণ ঠাই হ’ল তেওঁৰ ট্ৰফী থকা ৰুমটো। তাত বহু স্মৃতি আজিও সজীৱ হৈ আছে। তেওঁ কয়, দেউতাকে সেই কোঠাটো সাজিছে। (ফটো-এছিয়ান পেইণ্টছ ইউটিউব চেনেল)

5 / 5

তেওঁৰ ঘৰৰ ডাইনিং হলটো অতি জনপ্ৰিয়। কাৰণ সেইখিনিতে সৌৰভৰ মাকে শচীন তেণ্ডুলকাৰৰ পৰা আৰম্ভ কৰি বীৰেন্দ্ৰ সেহৱাগ আৰু ৰাহুল দ্ৰাবিড়লৈকে সকলোকে ৰান্ধি খুৱাইছিল। (ফটো-এছিয়ান পেইণ্টছ ইউটিউব চেনেল)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...