মাতৃ হ'বলৈ ওলাইছে নেকি Sonakshi Sinha? সামাজিক মাধ্যমত ভাইৰেল এই ফটো | sonakshi sinha pregnancy rumours first baby with zaheer iqbal photos social Media viral Assam news - Assam Tv9

মাতৃ হ’বলৈ ওলাইছে নেকি Sonakshi Sinha? সামাজিক মাধ্যমত ভাইৰেল এই ফটো

Published: 

28 Oct 2024 | 07:18 PM

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহা। প্ৰায়ে বাতৰিৰ শিৰোণাম দখল কৰে অভিনেত্ৰীগৰাকীয়ে। এইবাৰ হঠাৎ ৰাইজে ছ’চিয়েল মিডিয়াত অভিনন্দন জনাইছে সোণাক্ষীক।

1 / 5চৰ্চালৈ আহিছে বলীউডৰ অভিনেত্ৰী সোণাক্ষী। সোণাক্ষী সিনহাই ছ’চিয়েল মিডিয়াত কিছু ফটো শ্বেয়াৰ কৰিছে। ইয়াৰ পিছতে আৰম্ভ হৈছে অভিনেত্ৰীগৰাকীক লৈ চৰ্চা।

চৰ্চালৈ আহিছে বলীউডৰ অভিনেত্ৰী সোণাক্ষী। সোণাক্ষী সিনহাই ছ’চিয়েল মিডিয়াত কিছু ফটো শ্বেয়াৰ কৰিছে। ইয়াৰ পিছতে আৰম্ভ হৈছে অভিনেত্ৰীগৰাকীক লৈ চৰ্চা।

2 / 5

এতিয়া এই নতুন ফটোবোৰত অনুৰাগীৰ বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। একাংশ লোকে মন্তব্য কৰি সোণাক্ষীক গৰ্ভৱতী হোৱাৰ বাবে অভিনন্দন জনাইছে।

3 / 5

২০২৪ চনত বিবাহৰ সিদ্ধান্ত লৈছিল বলীউডৰ অভিনেত্ৰী সোণাক্ষী সিনহাই। তেওঁৰ এই সিদ্ধান্ত বহু কাৰণত চৰ্চা চলিছিল। ইয়াৰ দুটা কাৰণ আছিল। প্ৰথম কাৰণ আছিল যে তেওঁৰ পৰিয়ালৰ লোকক এই সম্পৰ্কত বৰ বেছি সুখী যেন নালাগিল আৰু দ্বিতীয়তে পৰিয়ালৰ বিৰুদ্ধে এই সিদ্ধান্ত লৈছিল অভিনেত্ৰীগৰাকীয়ে।

4 / 5

বৰ্তমান সময়ত সোণাক্ষী সিনহাই নিজৰ সিদ্ধান্তত অতি সুখী হৈ স্বামী জাহিৰ ইকবালৰ সৈতে ব্যক্তিগত জীৱন উপভোগ কৰি আছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ কিছুমান ফটো ভাইৰেল হৈ পৰিছে য’ত বিভিন্নজনে তেওঁ গৰ্ভৱতী হোৱাৰ কথা উল্লেখ কৰিছে।

5 / 5

সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালে ইনষ্টাগ্ৰামত কিছু ছবি শ্বেয়াৰ কৰিছে। এই ছবিবোৰ যেন দীপাৱলী উদযাপনৰ। ফটোবোৰৰ লগতে কেপচনত লিখিছে – Guess the pookie

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...