সোনাক্ষী সিনহাৰ নতুন ৰূপ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কেইখনমান বিশেষ ফটো Assam news - Assam Tv9

সোনাক্ষী সিনহাৰ নতুন ৰূপ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কেইখনমান বিশেষ ফটো

Updated On: 

08 May 2024 | 06:46 PM

'হীৰামণ্ডী'ত অভিনয় কৰিছে সোনাক্ষী সিনহাই। ছবিখনৰ লগত জড়িত কেইখনমান ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে সোনাক্ষীয়ে।

1 / 5বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্য়তম সোনাক্ষী সিনহা।

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্য়তম সোনাক্ষী সিনহা।

2 / 5

সঞ্জয় লীলা ভাঞ্চালীৰ ছবি হীৰামণ্ডিত অভিনয় কৰা দেখা পাব সোনাক্ষীক।

3 / 5

এই ছবিখনত সোনাক্ষীৰ সৈতে অদিতি ৰাও হাইদাৰী, ৰিচা চাড্ডা, মনীষা কৈৰালাকো দেখা গৈছে।

4 / 5

ছবিখনৰ লগত জড়িত কেইখনমান ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে সোনাক্ষী।

5 / 5

তথ্য়নুসৰি ছবিখনৰ চৰিত্ৰত সোনাক্ষী ন বছৰীয়া ছোৱালী থাকোঁতে বিক্ৰী কৰি পেলোৱা হৈছিল। হয়তো সেইবাবেই তাই পুৰুষক একেবাৰে ঘৃণা কৰা দেখুৱাব। সামাজিক মাধ্যমত এতিয়া ছবিখনকলৈ চলিছে বিশেষ চৰ্চা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...