Mantu Moni Saikia Wedding: বিবাহ পাশত আৱদ্ধ কণ্ঠশিল্পী মন্টুমণি শইকীয়া, ৰিচাৰ সৈতে কৰিলে যুগ্ম জীৱনৰ আৰম্ভণি | Singer Montumani Saikia's wedding, know who his wife is Assam news - Assam Tv9

Mantu Moni Saikia Wedding: বিবাহ পাশত আৱদ্ধ কণ্ঠশিল্পী মন্টুমণি শইকীয়া, ৰিচাৰ সৈতে কৰিলে যুগ্ম জীৱনৰ আৰম্ভণি

Updated On: 

06 Mar 2025 | 02:18 PM

প্ৰেমে পূৰ্ণতা পালে কণ্ঠশিল্পী মণ্টুমণিৰ। ৰিচা কলিতাৰ সৈতে বিবাহ পাশত আৱদ্ধ মন্টুমনি শইকীয়া। বহু ৰঙীন সপোন বুকুত বান্ধি আৰম্ভ কৰিছে যুগ্ম জীৱন।

1 / 5অৱশেষত বিবাহপাশত আৱদ্ধ হ'ল কণ্ঠশিল্পী মন্টুমণি শইকীয়া। ৫ মাৰ্চত ৰিচাৰ শিৰত সেন্দুৰ বুলালে মন্টুমণিয়ে।

অৱশেষত বিবাহপাশত আৱদ্ধ হ'ল কণ্ঠশিল্পী মন্টুমণি শইকীয়া। ৫ মাৰ্চত ৰিচাৰ শিৰত সেন্দুৰ বুলালে মন্টুমণিয়ে।

2 / 5

গুৱাহাটীৰ জীয়ৰী ৰিচাৰ সৈতে হাতত হাত থৈ গোটেই জীৱন একেলগতে থকাৰ শপত লৈছে কণ্ঠশিল্পীগৰাকীয়ে। হাজাৰ সপোন বুকুত বান্ধি ৰিচাই আৰম্ভ কৰিছে মন্টুমণিৰ সৈতে যুগ্ম জীৱন।

3 / 5

প্ৰথমতে প্ৰেম তাৰ পিছত বিবাহ! বহু অপেক্ষাৰ অন্তত পূৰ্ণতা পালে ৰিচা আৰু মন্টুমণিৰ প্ৰেমে। ৯ মাৰ্চত অনুষ্ঠিত হ'ব অভ্যৰ্থনা অনুষ্ঠান।

4 / 5

দৰাৰ সখীয়েক হৈছে কণ্ঠশিল্পী তপন গগৈ। টেঙাখাতৰ তপন গগৈয়ে কইনাক গুৱাহাটীৰ পৰা তিতাবৰলৈ নিয়াৰ সময়ত শ্বেয়াৰ কৰিছে এটা ভিডিঅ'। য'ত ৰিচা-মন্টুৰ মুখন প্ৰেমে পূৰ্ণতা পোৱাৰ আনন্দ দেখা গৈছে।

5 / 5

উল্লেখ্য যে, বিবাহৰ পূৰ্বে কণ্ঠশিল্পীগৰাকীয়ে অনুৰাগীৰ বাবে মুকলি কৰি দিছে 'উৰুলি' নামৰ গীতটো। এই গীতটোত মণ্টুমণিৰ সৈতে কণ্ঠ নিগৰাইছে পাপৰি গগৈয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...