দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেলৰ বাহন, ট্ৰাকৰ সৈতে ইন'ভা বাহনৰ মুখামুখি সংঘৰ্ষ | Singer Bhaskar Opswel met with an accident as his Innova collided with truck Assam news - Assam Tv9

দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেলৰ বাহন, ট্ৰাকৰ সৈতে ইন’ভা বাহনৰ মুখামুখি সংঘৰ্ষ

Updated On: 

22 Apr 2025 17:15 PM

কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দুধনৈত অনুষ্ঠান কৰিবলৈ গৈ থকা অৱস্থাত দক্ষিণ কামৰূপৰ মিৰ্জাত ট্ৰাকৰ সৈতে সংঘৰ্ষ কণ্ঠশিল্পীগৰাকীৰ বাহনৰ।

1 / 5মিৰ্জাত দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেলৰ বাহন। (Image Credit source- Bhaskar Opswel Fb)

মিৰ্জাত দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী ভাস্কৰ অপ্সৱেলৰ বাহন। (Image Credit source- Bhaskar Opswel Fb)

2 / 5

দুধনৈত অনুষ্ঠান পৰিৱেশনৰ বাবে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় কণ্ঠশিল্পীগৰাকী। (Image Credit source- Bhaskar Opswel Fb)

3 / 5

ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় ইন'ভা বাহনৰ। তথ্যনুসৰি কণ্ঠশিল্পীগৰাকীয়ে বিশেষ একো আঘাত পোৱা নাই। (Image Credit source- Bhaskar Opswel Fb)

4 / 5

আঘাতপ্ৰাপ্ত হৈয়ে অনুষ্ঠান পৰিৱেশ কৰে ভাস্কৰে। (Image Credit source- Bhaskar Opswel Fb)

5 / 5

অসমৰ জনপ্ৰিয় গায়কৰ ভিতৰত অন্যতম ভাস্কৰ। কিছুদিন পূৰ্বে নিশা অনুষ্ঠানলৈ যাওতে জুবিন গাৰ্গক বাদ্যযন্ত্ৰীৰ গাড়ীও দুৰ্ঘটনাত পতিত হয়। (Image Credit source- Bhaskar Opswel Fb)

চকু দুৰ্বল হোৱাৰ আৰম্ভণিতে এইসমূহ লক্ষণে দেখা দিয়ে, জানক...
নিশা দেৰিলৈকে মোবাইল ব্যৱহাৰো হ’ব পাৰে নেকি ডায়েবেটিছৰ কাৰণ? বিপদৰ পূৰ্বে জানি লওক এতিয়াই
খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...