শ্বেতা তিৱাৰীয়েই নহয়, এইগৰাকী অভিনেত্ৰীৰ Fitness দেখিলে আচৰিত হৈ পৰিব আপুনি!
Shweta Vs Urvashi Vs Geetanjali: শ্বেতা তিৱাৰীৰ বয়স আৰু তেওঁৰ সৌন্দৰ্যৰ বিষয়ে সকলোতে চৰ্চিত। ৪৪ বছৰীয়া শ্বেতা তিৱাৰীক দেখাৰ পিছত অনুৰাগীয়ে বিশ্বাস কৰিব পৰা নাই যে তেওঁ দুটা সন্তানৰ মাতৃ। শ্বেতা তিৱাৰীৰ গ্লেমাৰাছ লুকে সদায় শিৰোনাম দখল কৰে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5