”কোনে মোক পাহাৰৰ পৰা উভতাই নিব” ছ’চিয়েল মিডিয়াত শ্ৰদ্ধা কাপুৰৰ বিশেষ পোষ্ট – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

”কোনে মোক পাহাৰৰ পৰা উভতাই নিব” ছ’চিয়েল মিডিয়াত শ্ৰদ্ধা কাপুৰৰ বিশেষ পোষ্ট

Updated On: 

08 May 2024 | 05:28 PM

বিগত কেইটামান দিন ধৰি বলিউড অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ কোনো ছবিয়ে মুক্তি লাভ কৰা নাই। কিন্তু অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত প্ৰায়েই এক্টিভ থকা দেখা যায়।

1 / 5নতুন বছৰৰ প্ৰায় ৪ মাহ পাৰ হৈ গ'ল। বহু চলচ্চিত্ৰই খলকনি লগাইছে বক্স অফিচত। কিন্তু এতিয়ালৈকে শ্ৰদ্ধা কাপুৰৰ এখনো ছবি অহা নাই।

নতুন বছৰৰ প্ৰায় ৪ মাহ পাৰ হৈ গ'ল। বহু চলচ্চিত্ৰই খলকনি লগাইছে বক্স অফিচত। কিন্তু এতিয়ালৈকে শ্ৰদ্ধা কাপুৰৰ এখনো ছবি অহা নাই।

2 / 5

নতুন বছৰত ছবি নাহিলেও শ্ৰদ্ধা কাপুৰৰ বহু অনুৰাগী আছে। সেই অনুৰাগীসকলৰ লগত শ্ৰদ্ধাই সহায় সংযোগ ৰাখিব চেষ্টা কৰে।

3 / 5

শ্ৰদ্ধাই ছ'চিয়েল মিডিয়াত এক্টিভ থাকে আৰু প্ৰায়েই শ্ৰদ্ধাই ইনষ্টাত ফটো আপলোড কৰি থাকে। এনেদৰে অনুৰাগীৰ লগত সংযোগত থাকে শ্ৰদ্ধা।

4 / 5

শ্ৰদ্ধাৰ নতুন পোষ্টত দেখা গৈছে যে অভিনেত্ৰীগৰাকীয়ে পাহাৰৰ মাজে মাজে ঘূৰি আছে। এই ভ্ৰমণৰ ফটো শ্ৰদ্ধাই আপলোড কৰিছে।

5 / 5

ছ'চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি শ্ৰদ্ধা কাপুৰে লিখিছে- মোক পাহাৰৰ পৰা উভতাই নিবলৈ কাৰ সাহস আছে?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...