কঁহুৱাৰ লহপহ নাচোনত এতিয়া জীপাল প্ৰকৃতি, শাৰদীয় বতৰে দিছে শাৰদী ৰাণীৰ আগমনৰ বতৰা | shardiya durga puja and kohua bon story in assamese Assam news - Assam Tv9

কঁহুৱাৰ লহপহ নাচোনত এতিয়া জীপাল প্ৰকৃতি, শাৰদীয় বতৰে দিছে শাৰদী ৰাণীৰ আগমনৰ বতৰা

Published: 

03 Oct 2024 | 09:48 PM

প্ৰকৃতিৰ বুকুলৈ আহিছে শৰৎ। যেন অন্ত পৰিল গ্ৰীষ্ম আৰু বৰ্ষা কালৰ কষ্টদায়ক দিনবোৰ। নৈৰ পাৰত হালিজালি নাচি থকা কঁহুৱাই সাজু হৈছে শাৰদী ৰাণীক আদৰিবলৈ।

1 / 6গ্ৰীষ্ম-বৰ্ষা ঋতুৰ কষ্টদায়ক দিনবোৰক বিদায় দি প্ৰকৃতিয়ে শৰতক আদৰি হৈ পৰিছে উন্মনা।  নৈৰ পাৰত ফুলা কঁহুৱায়ো জনাইছে শৰতক সম্ভাষণ।

গ্ৰীষ্ম-বৰ্ষা ঋতুৰ কষ্টদায়ক দিনবোৰক বিদায় দি প্ৰকৃতিয়ে শৰতক আদৰি হৈ পৰিছে উন্মনা। নৈৰ পাৰত ফুলা কঁহুৱায়ো জনাইছে শৰতক সম্ভাষণ।

2 / 6

প্ৰকৃতিৰ বুকুত সৃষ্টি হৈছে নয়ন জুৰোৱা পৰিৱেশ। ৰিব ৰিব বতাহে গা মন জুৰ পেলাইছে সকলোৰে।

3 / 6

শান্ত হৈ পৰিছে প্ৰকৃতি, নৈৰ পাৰে পাৰে ফুলিছে কঁহুৱা, উৎসৱ উদযাপনৰ বাবে ন সাঁজেৰে দিপলীপ হৈ পৰিছে প্ৰকৃতি।

4 / 6

শৰৎৰ আগমনে ধৰণীত পাৰি দিছে শুভ্ৰ কহুঁৱাৰ দলিচা | যেন ন-সজাৰে সাজু হৈ পৰিছে শাৰদী ৰাণীক আদৰিবলৈ |

5 / 6

সঁচাই ফৰকাল আকাশৰ তলত আলসুৱা কঁহুৱাই এতিয়া হালিজালি নাচিচে | বতাহৰ পৰশ পাই বাউলি হৈছে প্ৰকৃতি |

6 / 6

প্ৰকৃতিয়ে কঁহুৱাৰ লয়লাস নাচোনত সাজু হৈছে শাৰদী ৰাণীৰ বাবে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...