আজি পৰিয়ালৰ সৈতে মহামৃত্যুঞ্জয় মন্দিৰত আশিস ল'লে সীমান্ত শেখৰে, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো Assam news - Assam Tv9

আজি পৰিয়ালৰ সৈতে মহামৃত্যুঞ্জয় মন্দিৰত আশিস ল’লে সীমান্ত শেখৰে, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Updated On: 

20 May 2024 | 10:12 PM

প্ৰথমটো ৰেকৰ্ডিং কৰা অসমীয়া গীত 'তৰা দৈ' জনপ্ৰিয় হোৱাৰ পিছতে সকলোৰে মন জয় কৰিছিল সীমান্তই। হাজাৰ বিতৰ্কৰ মাজতো সীমান্তই নিজৰ কাম নিয়াৰিকৈ আগবঢ়াই নিছে।

1 / 5অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল ভিতৰত অন্যতম সীমান্ত শেখৰ। বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাম কৰি গৈছে কণ্ঠশিল্পীগৰাকীয়ে। তেওঁৰ প্ৰথমটো ৰেকৰ্ডিং কৰা অসমীয়া গীত 'তৰা দৈ' জনপ্ৰিয় হোৱাৰ পিছতে সকলোৰে মন জয় কৰিছিল সীমান্তই। হাজাৰ বিতৰ্কৰ মাজতো সীমান্তই নিজৰ কাম নিয়াৰিকৈ আগবঢ়াই নিছে।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল ভিতৰত অন্যতম সীমান্ত শেখৰ। বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাম কৰি গৈছে কণ্ঠশিল্পীগৰাকীয়ে। তেওঁৰ প্ৰথমটো ৰেকৰ্ডিং কৰা অসমীয়া গীত 'তৰা দৈ' জনপ্ৰিয় হোৱাৰ পিছতে সকলোৰে মন জয় কৰিছিল সীমান্তই। হাজাৰ বিতৰ্কৰ মাজতো সীমান্তই নিজৰ কাম নিয়াৰিকৈ আগবঢ়াই নিছে।

2 / 5

সীমান্ত শেখৰে নিজৰ কাম আৰু পৰিয়াল দুয়োটা সুন্দৰকৈ চলাই নিছে।

3 / 5

ব্যক্তিগত আৰু পেছাদাৰী জীৱনক সদায় পৃথক কৰি ৰাখি আগবাঢ়ি গৈছে সীমান্ত। সীমান্তৰ প্ৰতিটো কামত সহায়ৰ হাতখন আগবঢ়াই দিয়ে পত্নী প্ৰীতি কংগনাই।

4 / 5

অভিনেত্ৰী হিচাপে প্ৰীতি কংগনাৰো আছে এক সুকীয়া পৰিচয়। আজি পুৱা পৰিয়ালৰ সৈতে নগাওঁস্থিত মহামৃত্যুঞ্জয় মন্দিৰত পূজা-অৰ্চনা কৰে সীমান্ত শেখৰে।

5 / 5

সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি সীমান্তই লিখিছে- নগাওঁস্থিত মহামৃত্যুঞ্জয় মন্দিৰত আজি ৰাতিপুৱা সপৰিয়ালে ৰুদ্ৰ অভিষেক পূজা অৰ্চনা কৰো আৰু সবাৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰো।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...