মহানগৰীৰ বিদ্যালয়ৰ পাঠদানৰ সময়ক লৈ শিক্ষা বিভাগৰ নতুন নির্দেশনা | School timings in Kamrup Metropolitan changed Assam see details Assam news - Assam Tv9

মহানগৰীৰ বিদ্যালয়ৰ পাঠদানৰ সময়ক লৈ শিক্ষা বিভাগৰ নতুন নির্দেশনা

Updated On: 

29 Jul 2025 | 07:10 PM

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য ৷ যাৰ বাবে প্ৰশাসনে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনিৰ নিৰ্দেশনা জাৰি কৰিছে ৷ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।

1 / 5গ্ৰীষ্মপ্ৰবাহৰ বাবে কামৰূপ মেট্ৰ'ৰ শিক্ষা প্ৰতিষ্ঠানলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। গ্ৰীষ্মপ্ৰবাহৰ বাবে ১ আগষ্টৰ পৰা  পুৱা ৭.৩০ বজাৰ পৰা ১ বজালৈ পাঠদানৰ নিৰ্দেশ।

গ্ৰীষ্মপ্ৰবাহৰ বাবে কামৰূপ মেট্ৰ'ৰ শিক্ষা প্ৰতিষ্ঠানলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। গ্ৰীষ্মপ্ৰবাহৰ বাবে ১ আগষ্টৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা ১ বজালৈ পাঠদানৰ নিৰ্দেশ।

2 / 5

গুৱাহাটী মহানগৰীৰ বিদ্যালয়ৰ বাবে নিৰ্দেশনা জাৰী কৰিলে শিক্ষা বিভাগে। ৩১ জুলাইত শেষ হ'ব বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ।

3 / 5

পুৱা ৭:৩০ বজাৰ পৰা সকলো শ্ৰেণীতে আৰম্ভ হ'ব পাঠদান। অৱশ্যে ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি থাকিব তাৰতম্য।

4 / 5

নিম্ন প্রাথমিক বিদ্যালয়ৰ ছুটীৰ সময় পুৱা ১১:৩০ বজা। উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ছুটী হ'ব ১২ বজাত।

5 / 5

মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত দুপৰীয়া ১:০০ বজা পর্যন্ত পাঠদান চলিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ বাহাল থাকিব এই সময়সূচী । নিৰ্দেশনা জাৰি কামৰূপ মেট্ৰ'ৰ IS-DEEO দিপীকা চৌধুৰীৰ

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...