ছানিয়া মিৰ্জাৰ এই পোছাক অফিচৰ বাবে উত্তম, আপুনিও ল'ব পাৰে আইডিয়া Assam news - Assam Tv9

ছানিয়া মিৰ্জাৰ এই পোছাক অফিচৰ বাবে উত্তম, আপুনিও ল’ব পাৰে আইডিয়া

Updated On: 

24 Jun 2024 | 09:45 PM

প্ৰাক্তন টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাক সকলোৱে চিনি পায়। ক্ৰীড়াৰ উপৰিও তেওঁৰ ফেশ্বন শৈলীও বহুত ভাল।

1 / 5ছানিয়াৰ এই সাজ-পোছাক অফিচৰ বাবে উত্তম। ডেনিম জিন্সৰ সৈতে চেক ষ্টাইলত ক’লা ৰঙৰ ব্লেজাৰ পিন্ধিছে। লুকটো সম্পূৰ্ণ কৰিবলৈ হাই হিল আৰু কাণফুলি পিন্ধিছে। (ক্ৰেডিট: mirzasaniar)

ছানিয়াৰ এই সাজ-পোছাক অফিচৰ বাবে উত্তম। ডেনিম জিন্সৰ সৈতে চেক ষ্টাইলত ক’লা ৰঙৰ ব্লেজাৰ পিন্ধিছে। লুকটো সম্পূৰ্ণ কৰিবলৈ হাই হিল আৰু কাণফুলি পিন্ধিছে। (ক্ৰেডিট: mirzasaniar)

2 / 5

ছানিয়াৰ এই লুকটো অফিচৰ বাবে একেবাৰেই উপযুক্ত হ’ব। এই ক'ডটো প্ৰিণ্টেড বা থ্ৰেড ৱৰ্ক ষ্টাইলত ছেট পিন্ধি আপুনি অফিচলৈ যাব পাৰে। ই আৰামদায়ক হ’ব আৰু লগতে ষ্টাইলিছ লুকো দিব।(ক্ৰেডিট: mirzasaniar)

3 / 5

ছানিয়াৰ এই পেইণ্ট ছুট ষ্টাইলৰ পোছাকটোৱে সকলোকে আকৰ্ষণ কৰিছে। লুকটো সম্পূৰ্ণ কৰিবলৈ ছানিয়াই পিন্ধিছে হাই হিল আৰু ষ্টাইলিছ হেভি ইয়াৰৰিং। (ক্ৰেডিট: mirzasaniar)

4 / 5

যদি আপুনি কুৰ্তি বা চুট পিন্ধি অফিচলৈ যাব বিচাৰে তেন্তে ছানিয়াৰ এই লুকটোৰ পৰাই আইডিয়া ল’ব পাৰে। (ক্ৰেডিট: mirzasaniar)

5 / 5

গোলাপী ৰঙৰ চাৰ্ট আৰু বগা পেণ্টত ছানিয়াৰ লুকটোত কুল দেখা গৈছে। ইয়াৰ বিপৰীতে আপুনি এনেকুৱা পেণ্ট বা ট্ৰাউজাৰ-চাৰ্ট পিন্ধিব পাৰে। (ক্ৰেডিট: mirzasaniar)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...