দুদিনৰ ভিতৰতে দৰমহা শেষ হৈ যায় নেকি? এই ফৰ্মূলা ব্যৱহাৰ কৰক, কেতিয়াও অভাৱৰ সন্মুখীন নহ’ব…
যদিহে আপোনাৰ দৰমহা অহাৰ লগে লগে কেইদিনমানৰ ভিতৰতে শেষ হৈ যায় আৰু মাহৰ শেষত টকাৰ অভাৱৰ সন্মুখীন হ’বলগীয়া হয়, তেন্তে এতিয়াই স্মাৰ্ট বাজেট প্লেনিঙৰ সময়। এনে পৰিস্থিতিত ‘৪০-৩০-২০-১০’ সূত্ৰই আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত সহায় কৰিব পাৰে।
1 / 6

2 / 6
3 / 6
4 / 6
5 / 6
6 / 6