মেৰাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা, আহতসকলক মেৰাপানী সামূহীয়া চিকিৎসালয়ত ভৰ্তি | Road accident took place at Teteliguri on Golaghat-Merapani link road Assam news - Assam Tv9

মেৰাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা, আহতসকলক মেৰাপানী সামূহীয়া চিকিৎসালয়ত ভৰ্তি

Updated On: 

08 Oct 2024 16:39 PM

গোলাঘাট-মেৰাপানী সংযোগী পথৰ তেতেলিগুৰিত সংঘটিত পথ দুৰ্ঘটনা। ছাত্ৰীসহ ৬ গৰাকী মহিলা গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত।

1 / 5মেৰাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা। গোলাঘাট-মেৰাপানী সংযোগী পথৰ তেতেলিগুৰিত সংঘটিত হয় এই দুৰ্ঘটনা।

মেৰাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা। গোলাঘাট-মেৰাপানী সংযোগী পথৰ তেতেলিগুৰিত সংঘটিত হয় এই দুৰ্ঘটনা।

2 / 5

শিক্ষাৰ্থীসহ ৬ গৰাকী মহিলা গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ।

3 / 5

জানিব পৰা মতে জোৰেৰে অহা বলেৰ' বাহনে ই-ৰিক্সাক খুন্দিয়াইছে। যাৰ বাবে এগৰাকী শিক্ষাৰ্থীয়ে বহুত আঘাত পায়।

4 / 5

বলেৰ' বাহনে খুন্দিয়াই দিয়াৰ পিছত খালত বাগৰি পৰে ই-ৰিক্সাখন। আহত সকলক মেৰাপানী সমূহীয়া চিকিৎসালয়ত ভৰ্ত্তি‌ কৰোৱা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে ।

5 / 5

ই-ৰিক্সা চালকজনে কয় যে,তেওঁ বলেৰ' বাহনখন বেগেৰে অহা দেখি কাটিবলৈ চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে। এই পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কেইজন ক্ৰমে, প্ৰিয়াংশী ঠেঙাল, ধৰিত্ৰী গগৈ,মৌচুমী দাস, মনজিতা দাস, সোনাপ্ৰভা দাস, ইলাৱতী কছাৰী গগৈ।

নতুন বছৰতে লওক এইসমূহ অভ্যাস ত্যাগৰ পণ, অন্যথা ভুগিব লাগিব উচ্চ ৰক্তচাপৰ সমস্যাত
তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...