পাঠদানৰ সময়ত শিক্ষকে ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল ফোন! জাননী জাৰি বিদ্যালয় পৰিদৰ্শকৰ | restriction on mobile phone use by teachers during class hours in Sivasagar schools assam Assam news - Assam Tv9

পাঠদানৰ সময়ত শিক্ষকে ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল! অসমৰ এখন জিলাত কঠোৰ নিৰ্দেশনা বিদ্যালয় পৰিদৰ্শকৰ

Updated On: 

10 Feb 2025 18:30 PM

শ্ৰেণীকোঠাত ম'বাইল ব্যৱহাৰ কৰা শিক্ষকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। এই ক্ষেত্ৰত কঠোৰ হৈছে শিক্ষা বিভাগ। এতিয়াৰে পৰা শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব ম'বাইল ফোন । এইক্ষেত্ৰত মানিব লাগিব বিশেষ নিয়ম।

1 / 5এতিয়াৰে পৰা শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব ম'বাইল ফোন । শ্ৰেণীকোঠাত ম'বাইল ব্যৱহাৰ কৰা শিক্ষকৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ খবৰ। পাঠদান চলা থকা সময়ত ম’বাইল ফোন নিব নোৱাৰিব কোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে।

এতিয়াৰে পৰা শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব ম'বাইল ফোন । শ্ৰেণীকোঠাত ম'বাইল ব্যৱহাৰ কৰা শিক্ষকৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ খবৰ। পাঠদান চলা থকা সময়ত ম’বাইল ফোন নিব নোৱাৰিব কোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে।

2 / 5

বহু সময়ত পাঠদান সময়ত একাংশ শিক্ষকে ম’বাইল ব্যৱহাৰ কৰা দেখা যায়। এই ক্ষেত্ৰত কঠোৰ হৈছে শিক্ষা বিভাগ। শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ বিদ্যালয় পৰিদৰ্শক।

3 / 5

এতিয়াৰ পৰা বিদ্যালয়ত অনুমতি লৈহে ব্যৱহাৰ কৰিব পাৰিব ম'বাইল ফোন। শ্ৰেণীকোঠালৈ ম’বাইল নিবলৈ হ’লে স্পষ্টকৈ কাৰণ জনাব লাগিব প্ৰধান শিক্ষকক।

4 / 5

School Teacher Mobile Ban

5 / 5

শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহলৈ এই কঠোৰ নিৰ্দেশনা বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈৰ। এক জাননীযোগে জিলাখনৰ সকলো বিদ্যালয়লৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা।

অকালতে চুলি পকা সমস্যা প্ৰাকৃতিকভাৱে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ফলপ্ৰসূ ঘৰুৱা উপায়
ৰক্তহীনতা কেনেকৈ প্ৰাকৃতিকভাৱে নিৰাময় কৰিব পাৰি ? ফলপ্ৰসূ প্ৰতিকাৰ আৰু খাদ্যৰ পৰামৰ্শ
ব্ৰহ্মযোগত ধনতেৰাচ! এই ৪ ৰাশিৰ বাবে অত্যন্ত শুভ, জানক...
মূলা খাই পাত পেলাই দিয়াৰ ভুল নকৰিব, এনে গুণাৱলীৰ কথা জানিলে হ’ব আচৰিত