এই সপ্তাহত ভাৰতত মুকলি হ’ব ৩টা স্মাৰ্টফোন
যদি আপুনি এটা নতুন মোবাইল কিনিব বিচাৰে, তেন্তে কিছুদিন অপেক্ষা কৰক। কিয়নো এই সপ্তাহত তিনিটা হেণ্ডছেট কোম্পানীয়ে মুকলি কৰিব ওলাইছে তেওঁলোকৰ নতুন মডেল। এই তালিকাত আছে Redmi, Realme আৰু Vivo কোম্পানীৰ আগন্তুক স্মাৰ্টফোন। কোনটো মডেল কোনটো দিনত ভাৰতীয় বজাৰত মুকলি হ'ব জানক সবিশেষ
1 / 6

2 / 6
3 / 6
4 / 6
5 / 6
6 / 6