বানাৰসী ব্ৰকেড লেহেংগাত পৰী দৰে দেখা গৈছিল আম্বানী কইনাক | Radhika Merchant ‘vidai’ looks regal in Banarasi brocade lehenga Assam news - Assam Tv9

Radhika Merchant ‘vidai’ look pictures: বানাৰসী ব্ৰকেড লেহেংগাত পৰী দৰে দেখা গৈছিল আম্বানী কইনাক

Published: 

13 Jul 2024 21:16 PM

Radhika Merchant vidai look: বিয়াৰ বাবে আবু জানি সন্দীপ খোছলাৰ পৰম্পৰাগত হাতীদাঁত আৰু ৰঙা লেহেংগা পিন্ধাৰ পিছত আম্বানী কইনাগৰাকীয়ে বিদায় অনুষ্ঠানৰ বাবে মনীষ মালহোত্ৰাৰ আকৰ্ষণীয় চিণ্ডুৰী ৰঙা এনচেম্বল বাছি লৈছিল।

1 / 9Radhika Merchant vidai look: ৰাধিকা মাৰ্চেণ্টে তেওঁৰ বিদায়ৰ বাবে প্ৰকৃত সোণেৰে সজোৱা চলিৰ সৈতে বানাৰসী ব্ৰকেড লেহেংগা পিন্ধিছিল।

Radhika Merchant vidai look: ৰাধিকা মাৰ্চেণ্টে তেওঁৰ বিদায়ৰ বাবে প্ৰকৃত সোণেৰে সজোৱা চলিৰ সৈতে বানাৰসী ব্ৰকেড লেহেংগা পিন্ধিছিল।

2 / 9

Radhika Merchant And Anant Ambani Wedding: এই মাষ্টাৰপিছটো মনীষ মালহোত্ৰাই ডিজাইন কৰিছিল আৰু ষ্টাইল কৰিছে ৰিয়াই, সহযোগ কৰিছে শ্বেৰিন আৰু সন্যা কাপুৰ।

3 / 9

Radhika Merchant wedding pics:চিণ্ডুৰী ৰঙা ৰঙৰ বহু পেনেলযুক্ত বানাৰসী লেহেংগাৰ সৈতে আছিল পৰম্পৰাগত আভো আৰু প্ৰকৃত সোণৰ কাৰ্চোবি কৰা ব্লাউজ।

4 / 9

Radhika Merchant bridal lehenga:ড্ৰেপিং বিশেষজ্ঞ ডলী জৈনে ৰিয়াৰ সৈতে সহযোগিতাৰে ৰাধিকা মাৰ্চেণ্টৰ এই লুকটো সৃষ্টি কৰিছিল । আনহাতে হীৰাল ভাটিয়া আৰু লাভলিন ৰামচন্দনীয়ে ৰাধিকাৰ চুলি আৰু মেকআপৰ দায়িত্ব লৈছিল ।

5 / 9

Radhika Merchant jewellery: ৰাধিকাই চকাৰ, হীৰাৰ লেয়াৰ আৰু পান্নাৰ নেকেলেচ, মেচিং কাণফুলি, কদাছ, হাথ ফুল আৰু মাং টীকা আদি গহনা পৰিধান কৰিছিল ।

6 / 9

Radhika Merchant in Abu Jani lehenga:ৰাধিকাই বানাৰসী ৰেচমৰ দুপাট্টা আৰু জালি ডিজাইনৰ ওৰণি পৰিধান কৰিছিল । দুয়োটাতে সোণৰ এম্ব্ৰয়ডাৰী আৰু ৰেছামৰ কাম কৰা হৈছিল ।

7 / 9

Radhika Merchant lehenga designer: মূৰৰ ওপৰত এখন বিশাল ৰেল ড্ৰেপ কৰা এখন ওৰণিৰে তেওঁৰ বিদাই লুকটো সম্পূৰ্ণ কৰা হৈছিল ।

8 / 9

Radhika wedding look:১৯ শতিকাৰ শেষৰ ফালৰ শিল্পকলাক প্ৰতিফলিত কৰা ৰাধিকাৰ এনচেম্বলত ব্ৰকেড লেহেংগা স্কাৰ্ট, ৰেচমৰ দুপাট্টা আৰু ওৰণিও আছিল ।

9 / 9

বিদায় অনুষ্ঠানৰ বাবে ৰাধিকাই সূক্ষ্ম মেকআপ কৰিছিল আৰু গজৰা জুডাৰে লুকটোক দেখনিয়া কৰি তুলিছিল ।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক