Gold Price Today: উৎসৱৰ বতৰত হোৰাহোৰে বাঢ়িছে সোণ দাম, গুৱাহাটীত কিমান হৈছে জানক... | Price of gold and silver in Guwahati on 7 october , know in details Assam news - Assam Tv9

Gold Price Today: উৎসৱৰ বতৰত হোৰাহোৰে বাঢ়িছে সোণ দাম, গুৱাহাটীত কিমান হৈছে জানক…

Published: 

07 Oct 2025 | 09:55 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১২, ০০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২২, ০৭০ ।আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ৭ অক্টোবৰ, মঙলবাৰ।  দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২২,০২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১১, ৮৫০ । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫৭,০০০  টকাত বিক্ৰী হৈছে।

আজি ৭ অক্টোবৰ, মঙলবাৰ। দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২২,০২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১১, ৮৫০ । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫৭,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১২, ০০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২২, ০৭০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৫৭,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২, ২০২ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১,১৮৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৯, ১৫২ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯১,৫২০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১১, ৮৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২২,০২০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৫৭ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৫৭,০০০ টকা।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে