Diabetes: ডায়েবেটিছ ৰোগীয়ে আলুৰে ৰন্ধা ব্যঞ্জন খাব পাৰেনে? জানক…
প্ৰায় প্ৰতিখন ঘৰতে আলু মজুত কৰি ৰখা হয়। খিচিৰিকে ধৰি বহুতো সুস্বাদু ব্যঞ্জন আলুৰে তৈয়াৰ কৰা হয়। অৱশ্যে বহুতে আলু খালে ওজন বৃদ্ধি পাব বুলি ভাবে। সেইবাবেই তেওঁলোকে সেইবোৰ খোৱাৰ পৰা বিৰত থাকে। ডায়েবেটিছ ৰোগীও তেনেকুৱাই।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5