ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে? ধন জমা কৰিলে কেৱল সুতৰ হিচাপে পাব ১২ লাখ টকা
বৰ্তমান এই আঁচনিৰ বাৰ্ষিক সুতৰ হাৰ ৮.২ শতাংশ। অৰ্থাৎ প্ৰতিমাহে প্ৰায় ২০,৫০০ টকা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত জমা হ’ব, বা বছৰি প্ৰায় ২.৪৬ লাখ টকা সুত হিচাপে লাভ কৰিব।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5