সুতৰ পৰাই ৪.৫ লাখ টকা লাভ! ডাকঘৰৰ এই সুন্দৰ আঁচনিৰ বিষয়ে জানি লওক
Post Office Scheme: যদি আপুনি আপোনাৰ ধন সুৰক্ষিত কৰি ৰাখি ভাল লাভালাভ আশা কৰে, তেন্তে ডাকঘৰৰ 'টাইম ডিপোজিত' আঁচনি আপোনাৰ বাবে এক উত্তম বিকল্প। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই আঁচনিখনে কেৱল সুতৰ পৰা মাত্ৰ পাঁচ বছৰতে ৪.৫ লাখ টকা উপাৰ্জন কৰিব পাৰিব।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5