মাত্ৰ ৫ বছৰত আপুনি লাভ কৰিব ৩৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে…
যদি আপুনি বেছি ৰিস্ক নোলোৱাকৈ ভালদৰে সঞ্চয় কৰিব বিচাৰে আৰু প্ৰতিমাহে সামান্য ধন বিনিয়োগ কৰি আপোনাৰ ভৱিষ্যতৰ বাবে সঞ্চয় কৰিব বিচাৰে, তেন্তে ডাকঘৰৰ আৰ ডি আঁচনিখন আপোনাৰ বাবে সঠিক হ’ব পাৰে। প্ৰতিমাহে সৰু বা বৃহৎ পৰিমাণৰ ধন জমা কৰি ৫ বছৰত ৩৫ লাখ পৰ্যন্ত লাভ কৰিব।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5