কামাখ্যাত আন্তঃৰাষ্ট্ৰীয় গায়ক প'ষ্ট মেলনৰ সহযোগী শিল্পীৰ দল | Post Malone’s Team Visits Kamakhya Temple Ahead of Guwahati Concert Assam news - Assam Tv9

শক্তিপীঠ কামাখ্যাত আন্তঃৰাষ্ট্ৰীয় গায়ক প’ষ্ট মেলনৰ সহযোগী শিল্পীৰ দল

Updated On: 

07 Dec 2025 19:42 PM

আমেৰিকান পপষ্টাৰগৰাকীক প্ৰতিনিধিত্ব কৰা এটা দলে শনিবাৰে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোত আছিল দুজন সংগী শিল্পী, গায়কজনৰ মেনেজাৰ আৰু তিনিজন প্ৰডাকচন ক্ৰু সদস্য।

1 / 5৮ ডিচেম্বৰত গুৱাহাটীত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ লাইভ কনচাৰ্ট । আমেৰিকান পপষ্টাৰগৰাকীক প্ৰতিনিধিত্ব কৰা এটা দলে শনিবাৰে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে।

৮ ডিচেম্বৰত গুৱাহাটীত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ লাইভ কনচাৰ্ট । আমেৰিকান পপষ্টাৰগৰাকীক প্ৰতিনিধিত্ব কৰা এটা দলে শনিবাৰে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে।

2 / 5

প্ৰতিনিধি দলটোত আছিল দুজন সংগী শিল্পী, গায়কজনৰ মেনেজাৰ আৰু তিনিজন প্ৰডাকচন ক্ৰু সদস্য। অনুষ্ঠানৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰি প্ৰাৰ্থনা কৰে। আগন্তুক অনুষ্ঠানটোৰ সফলতাৰ বাবে আশীৰ্বাদ বিচাৰি মূল মন্দিৰ দৰ্শন কৰে দলটোৱে।

3 / 5

অতিথি শিল্পীসকলৰ ভিতৰত আছিল ক্ৰীষ্টিন ৰোজছ আৰু জেৰেমিলিষ্টা, দুয়োজনকে অনুষ্ঠানৰ সময়ত প’ষ্ট মেলনৰ সৈতে দেখা পাব পাৰে।

4 / 5

৮ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰত প’ষ্ট মেলনৰ কনচাৰ্ট অনুষ্ঠিত হ’ব, য’ত হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰা সম্ভাৱনা আছে। ৫ ঘণ্টা ধৰি অনুষ্ঠান পৰিৱেশন কৰিব প’ষ্ট মেলনে।

5 / 5

ইফালে, পপষ্টাৰ গৰাকীক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ মেট্ৰ’ প্ৰশাসন। ইতিমধ্যে প্ৰশাসনে যাতায়ত নিষেধাজ্ঞা, প্ৰৱেশৰ নিয়ম আৰু ভিৰ ব্যৱস্থাপনা পৰিকল্পনা ঘোষণা কৰিছে।

নিশা দেৰিলৈকে মোবাইল ব্যৱহাৰো হ’ব পাৰে নেকি ডায়েবেটিছৰ কাৰণ? বিপদৰ পূৰ্বে জানি লওক এতিয়াই
খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...