ৰাজ্যৰ এইসমূহ স্থানত গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা! প্ৰশাসনৰ নিৰ্দেশনা... | pork meat ban in dhemaji dist cause of swine flu see all details in assamese Assam news - Assam Tv9

ৰাজ্যৰ এইসমূহ স্থানত গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা! প্ৰশাসনৰ নিৰ্দেশনা…

Published: 

10 Sep 2025 16:51 PM

অসমৰ বহু সংখ্যাক লোকে গাহৰিৰ মাংস খাই ভাল পায়। কিন্তু এই গাহৰিৰ ওপৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এখন জিলা প্ৰশাসনে। সেই অনুসৰি গাহৰি মাংস বেচা-কিনাত নিষেধাজ্ঞা আৰোপ কৰিছে।

1 / 5আপুনিও গাহৰিৰ মাংস খাই ভাল পাই নেকি? যদি ভাল পাই তেন্তে আপোনাৰ বাবে আছে এক বেয়া খবৰ। কিয়নো ৰাজ্যৰ এই জিলাত গাহৰিৰ মাংসৰ ওপৰত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে।

আপুনিও গাহৰিৰ মাংস খাই ভাল পাই নেকি? যদি ভাল পাই তেন্তে আপোনাৰ বাবে আছে এক বেয়া খবৰ। কিয়নো ৰাজ্যৰ এই জিলাত গাহৰিৰ মাংসৰ ওপৰত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে।

2 / 5

উল্লেখ্য যে, যোৱা কেইটামান দিনত ৰাজ্যৰ বিভিন্ন স্থানত আফ্ৰিকান ছোৱাইন ফ্লুৰ আতংক বিয়পি পৰিছে। বিশেষকৈ ধেমাজিৰ বহু গাহৰি এই ৰোগত আক্ৰান্ত হৈছে।

3 / 5

যাৰ পাছতে ধেমাজি জিলা প্ৰশাসনে গাহৰিৰ মাংসৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। এই সন্দৰ্ভত জিলা প্ৰশাসনে এখন নিৰ্দেশনা জাৰি কৰিছে। য'ত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰিছে।

4 / 5

ধেমাজিৰ গোহাঁই গাঁও আৰু নলনিপামত বহু গাহৰিৰ দেশত আফ্ৰিকান ছোৱাইফ্লুৰ অৱস্থিতি ধৰা পৰিছে। যাৰ বাবে প্ৰশাসনে গাহৰি বেচা-কিনাত নিষেধাজ্ঞা আৰোপ কৰিছে।

5 / 5

ছোৱাইফ্লু ধৰা পৰা অঞ্চলৰ পৰা ১০ কিলোমিটাৰৰ ভিতৰত গাহৰি বেচা-কিনাৰ লগতে, মাংস বিক্ৰী কৰিব নোৱাৰিব। ৯ ছেপ্টেম্বৰত অতিৰিক্ত জিলা আয়ুক্ত কুলদ্বীপ হাজৰিকাই এই নিৰ্দেশনা জাৰি কৰিছে।

ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত
বৃক্কৰ সমস্যা থাকিলে কৰ্দৈ খাব পাৰিনে? কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক
সম্পৰ্কত সদায় ভালপোৱা অটুট থাকিব, মাথোঁ পালন কৰক এই নিয়ম!
কেঁচা পিঁয়াজৰ উপকাৰী গুণসমূহ জানেনে? জানক সকলো...