Youtuber Bhaskar suspended: জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন | Popular YouTuber Bhaskar Dutta suspended from APDCL service Assam news - Assam Tv9

Youtuber Bhaskar suspended: জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন

barasha-misra
Published: 

11 Sep 2024 22:13 PM

ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন। APDCLৰ সেৱা বিধি উলংঘনৰ অভিযোগত জনপ্ৰিয় ইউটিউবাৰগৰাকীক নিলম্বন কৰে। আশ্ৰাফুল হকৰ এজাহাৰৰ পাছতে নিলম্বন।

1 / 5জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন। কিছুদিনপূৰ্বে ট্ৰেডিং প্ৰৱঞ্চনা কাণ্ডৰ সৈতেও নাম সাঙোৰ খাইছিল ভাস্কৰ দত্তৰ।

জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন। কিছুদিনপূৰ্বে ট্ৰেডিং প্ৰৱঞ্চনা কাণ্ডৰ সৈতেও নাম সাঙোৰ খাইছিল ভাস্কৰ দত্তৰ।

2 / 5APDCLৰ কৰ্মচাৰী ভাস্কৰ দত্তই সেৱা বিধি উলংঘন কৰিছিল, যাৰ বাবে তেওঁক নিলম্বণ কৰা হয়।

APDCLৰ কৰ্মচাৰী ভাস্কৰ দত্তই সেৱা বিধি উলংঘন কৰিছিল, যাৰ বাবে তেওঁক নিলম্বণ কৰা হয়।

3 / 5স্বপ্ননীল দাসক প্র’ম’ট কৰি বিতৰ্কত সোমাই পৰিছিল ভাস্কৰ দত্তই। সামাজিক মাধ্যমত স্বপ্ননীল দাসৰ ট্ৰেডিঙৰ সন্দৰ্ভত ভিডিঅ' প্ৰচাৰ কৰিছিল।

স্বপ্ননীল দাসক প্র’ম’ট কৰি বিতৰ্কত সোমাই পৰিছিল ভাস্কৰ দত্তই। সামাজিক মাধ্যমত স্বপ্ননীল দাসৰ ট্ৰেডিঙৰ সন্দৰ্ভত ভিডিঅ' প্ৰচাৰ কৰিছিল।

4 / 5

ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে হাতীগাঁও থানাতো আছে গোচৰ। আশ্ৰাফুল হকে হাতীগাঁও থানাত দিছিল এজাহাৰ।

5 / 5

মেছেজ আৰু whatsapp call ৰ যোগে আশ্ৰাফুলক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে। আশ্ৰাফুলৰ এজাহাৰৰ পাছতে ভাস্কৰ দত্তক নিলম্বন।

কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক
দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?