ট্ৰেডিং কেলেংকাৰী: ইউটিউবাৰ ভাস্কৰ দত্তক দিছপুৰ আৰক্ষীৰ জেৰা | youtuber bhaskar dutta questioned by dispur police for trading scam Assam news - Assam Tv9

ট্ৰেডিং কেলেংকাৰী: ইউটিউবাৰ ভাস্কৰ দত্তক দিছপুৰ আৰক্ষীৰ জেৰা

Published: 

25 Sep 2024 | 09:22 PM

ইউটিউবাৰ ভাস্কৰ দত্তক জেৰা দিছপুৰ আৰক্ষীৰ। সামাজিক মাধ্যমত স্বপ্ননীল দাসৰ ট্ৰেডিঙৰ সন্দৰ্ভত ভিডিঅ' প্ৰচাৰ কৰিছিল। ভুৱা ট্ৰেডিঙৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল স্বপ্ননীল দাস।

1 / 5

ইউটিউবাৰ ভাস্কৰ দত্তক জেৰা চলাইছে দিছপুৰ আৰক্ষীয়ে। স্বপ্ননীল দাসৰ ট্ৰেডিং প্ৰৱঞ্চনা কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল ভাস্কৰ দত্তৰ।

2 / 5

স্বপ্ননীল দাসক প্র’ম’ট কৰি বিতৰ্কত সোমাই পৰিছিল ভাস্কৰ দত্তই। সামাজিক মাধ্যমত স্বপ্ননীল দাসৰ ট্ৰেডিঙৰ সন্দৰ্ভত ভিডিঅ' প্ৰচাৰ কৰিছিল।

3 / 5

১১ ছেপ্টেম্বৰত ভাস্কৰ দত্তক চাকৰিৰ পৰা কৰিছিল নিলম্বন। APDCLৰ কৰ্মচাৰী আছিল ভাস্কৰ দত্ত।

4 / 5

ভাস্কৰ দত্তৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দিছিল এজনে। আশ্ৰাফুল হকে হাতীগাঁও থানাত দিছিল এজাহাৰ।

5 / 5

মেছেজ আৰু whatsapp callযোগে আশ্ৰাফুলক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে। আশ্ৰাফুলৰ এজাহাৰৰ পাছতে ভাস্কৰ দত্তক কৰা হৈছিল নিলম্বন।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...