অসমলৈ আহিব বলিউডৰ জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠক | Popular Bollywood actors Durgesh Kumar and Ashok Pathak will be visiting Assam Assam news - Assam Tv9

অসমলৈ আহিব বলিউডৰ জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠক

Updated On: 

17 May 2025 19:16 PM

অসমলৈ প্ৰোয়ে আহে বলীউডৰ অভিনেতা-অভিনেত্ৰীসকল। কেতিয়াবা যদি ফুৰিবলৈ, কেতিয়াবা ছবিৰ শ্বুটিঙৰ বাবে আহে। এইবাৰ অসমলৈ আহিব বলিউডৰ জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠক। অসমলৈ কিয় আহিব সেই বিষয়ে জানো আহক।

1 / 5অসমলৈ আহিব বলিউডৰ জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠক। হাই ৱে ছবিৰ জৰিয়তে বলীউডত খোপনি পুতিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতা দুর্গেছ কুমাৰে সামাজিক মাধ্যমত জয় আই অসম ধ্বনিৰে অসমলৈ অহাৰ বাৰ্তা দিয়ে।( Image Credit source: Instagram)

অসমলৈ আহিব বলিউডৰ জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠক। হাই ৱে ছবিৰ জৰিয়তে বলীউডত খোপনি পুতিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতা দুর্গেছ কুমাৰে সামাজিক মাধ্যমত জয় আই অসম ধ্বনিৰে অসমলৈ অহাৰ বাৰ্তা দিয়ে।( Image Credit source: Instagram)

2 / 5

অসমলৈ কিয় আহিব সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে, সামাজিক মাধ্যমত দুৰ্গেছ কুমাৰে কোনো সামগ্ৰী অসমৰ এটা দুৰ্বৃত্তৰ দলে হৰলুকী কৰা বুলি উল্লেখ কৰিছে। সেই হৰলুকী হোৱা সামগ্ৰী বিচাৰিয়ে তেওঁ অসমলৈ আহিব বুলি ভিডিঅ বাৰ্তাত প্ৰকাশ কৰিছে।( Image Credit source: Instagram)

3 / 5

ইফালে দুৰ্গেছ কুমাৰ আৰু অশোক পাঠক অসমলৈ অহাৰ বাতৰি সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে সাংস্কৃতিক মহলত ব্যাপক চৰ্চা চলিছে। ( Image Credit source: Instagram)

4 / 5

মন কৰিব লগীয়া যে পঞ্চায়ত নামৰ ৱেব চিৰিজত দুৰ্দান্ত অভিনয়েৰে অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। দুৰ্গেছ কুমাৰৰ অভিনীত ছবি সমূহ হ'ল, চুলতান ,সঞ্জু লাপাতা লেডীছ আদি। ( Image Credit source: Instagram)

5 / 5

ইতিমধ্যে অশোক পাঠকেও "বিটু বছ", "সাংহাই", "দ্য ফিল্ড", "সাত উচাক্কে", "এ ডেথ ইন দ্য গুঞ্জ", "পঞ্চায়ত"কে ধৰি কেইবাখনো চিনেমা আৰু ৱেব শ্ব'ত অভিনয় কৰিছে। ( Image Credit source: Instagram)

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...