নিৰ্বাচন পৰিচালনা সমিতি, ইস্তাহাৰ সমিতি গঠন ৰাজ্যিক বিজেপিৰ | Panchayat election : Assam BJP formed Election Management and Manifesto Committee Assam news - Assam Tv9

পঞ্চায়ত নিৰ্বাচনকলৈ তৎপৰ ৰাজ্যিক বিজেপি, গঠন কৰিলে নিৰ্বাচন পৰিচালনা সমিতি আৰু ইস্তাহাৰ সমিতি…

Updated On: 

23 Dec 2024 | 10:03 PM

পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে গঠন কৰে নিৰ্বাচনৰ পৰিচালনা সমিতিৰ লগতে ইস্তাহাৰ সমিতি । ইতিমধ্য়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ ৰাজ্যিক বিজেপিয়ে ।

1 / 5পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰত্যেকটো ৰাজনৈতিক দলেই প্ৰস্তুতি আৰম্ভ কৰিছে । ইয়াৰ সমান্তৰালভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় বিজেপিয়েও । পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে গঠন কৰে নিৰ্বাচনৰ পৰিচালনা সমিতিৰ লগতে ইস্তাহাৰ সমিতি । ইতিমধ্য়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ ৰাজ্যিক বিজেপিয়ে ।

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰত্যেকটো ৰাজনৈতিক দলেই প্ৰস্তুতি আৰম্ভ কৰিছে । ইয়াৰ সমান্তৰালভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে শাসকীয় বিজেপিয়েও । পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে গঠন কৰে নিৰ্বাচনৰ পৰিচালনা সমিতিৰ লগতে ইস্তাহাৰ সমিতি । ইতিমধ্য়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ ৰাজ্যিক বিজেপিয়ে ।

2 / 5

ইয়াৰ সমান্তৰালভালে সমাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে জিলাভিত্তিক প্ৰভাৰী আৰু সহ-ভাৰপ্ৰাপ্তসকলৰ তালিকাও প্ৰকাশ কৰিছে ৰাজ্য়িক বিজেপিয়ে । প্ৰকাশ কৰা তালিকা অনুসৰি, পল্লৱ লোচন দাসক বিজেপিৰ নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক নিযুক্তি দিয়া হৈছে ।

3 / 5

প্ৰতীকী ছবি

4 / 5

একেদৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত ১১ জনীয়া ইস্তাহাৰ সমিতি গঠন কৰিছে ৰাজ্যিক বিজেপিয়ে । এই সমিতিৰ সহ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে প্লুৰঞ্জন শৰ্মা আৰু পুলক গোহাঁইক ।

5 / 5

টিনামনি দৈমাৰী,মুন স্বৰ্ণকৰ, সুভাষ দত্ত, স্বপ্না বণিয়া, অশ্বিনী ৰায় সৰকাৰ, ইন্দ্ৰ গগৈ, অৰুণ মৰাণ, ঋতুপৰ্ণ বৰুৱা আৰু প্ৰতাপ কছাৰীক নিৰ্বাচন পৰিচালনা সমিতিৰ সদস্য হিচাপে ৰখা হৈছে । ইস্তাহাৰ সমিতিত সদস্য হিচাপে আছে- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰাণোজ পেগু, মিহিনেশ্বৰ বসুমতাৰী, ৰীতা তালুকদাৰ, অমিতাভ ৰায়, মিতা নাথ বৰা ৰেখাৰাণী দাস বড়ো, প্ৰদীপ ঠাকুৰীয়া।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...