ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই | pabitra margherita to attend the oath taking ceremony of Indonesias president Assam news - Assam Tv9

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

Updated On: 

18 Oct 2024 18:09 PM

২০ অক্টোবৰত ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। আজি মাজনিশা ইণ্ডোনেছিয়ালৈ যাত্ৰা কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰীগৰাকীয়ে।

1 / 5২০ অক্টোবৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল'ব প্ৰব’ৱো চুবিয়ান্তোয়ে। শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

২০ অক্টোবৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত ল'ব প্ৰব’ৱো চুবিয়ান্তোয়ে। শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

2 / 5

সম্প্ৰতি তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ত্ৰিপুৰা ভ্ৰমণত ব্যস্ত আছে থকা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ত্ৰিপুৰাত এক আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।

3 / 5

আজি নতুন দিল্লীত উপস্থিত হৈ মাজনিশা ইণ্ডোনেছিয়ালৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ।

4 / 5

উল্লেখ্য যে চলিত বৰ্ষত ভাৰত-ইণ্ডোনেছিয়াৰ কুটনৈতিক সম্পৰ্কই সম্পূৰ্ণ কৰিছে ৭৫ বছৰ।

5 / 5

ইয়াৰ উপৰিও ভাৰতৰ ‘এক্ট ইষ্ট’ পলিচীয়ে এটা দশক সম্পূৰ্ণ কৰিছে। ইণ্ডোনেছিয়া ‘এক্ট ইষ্ট’ পলিচীৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰী দেশ।

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...