OYO ৰ নতুন নিয়মঃ বিয়া নোহোৱা যুৱক-যুৱতীয়ে থাকিব নোৱাৰিব হোটেলত... | Oyo new rule unmarried couples wont be allowed to check in this city Assam news - Assam Tv9

OYO ৰ নতুন নিয়মঃ বিয়া নোহোৱা যুৱক-যুৱতীয়ে থাকিব নোৱাৰিব হোটেলত…

Published: 

05 Jan 2025 14:34 PM

OYO ত হোটেল বুকিং কৰা সকলৰ বাবে বেয়া খবৰ। কিয়নো হোটেল বুকিং কৰাৰ ক্ষেত্ৰত OYO ই আনিছে নতুন নিয়ম। ইয়াৰ অধীনত অবিবাহিত প্ৰেমিক প্ৰেমিকাই থাকিব নোৱাৰিব OYO ত!

1 / 5ট্ৰেভেল আৰু হোটেল বুকিঙৰ এটা জনপ্ৰিয় প্লেটফৰ্ম OYO. বিবাহিত দম্পতীৰ পৰা অবিবাহিত দম্পতীলৈ সকলোৱে OYO ত হোটেল বুকিং  কৰে। বিশেষকৈ প্ৰেমিক- প্ৰেমিকাৰ মাজত OYO ৰ বিশেষ জনপ্ৰিয়তা আছে বুলি ধৰা হয়। কিয়নো OYO ত গ্ৰাহকে কম দামত হোটেলৰ কোঠা লাভ কৰাৰ লগতে ভাল সুবিধাও লাভ কৰে।

ট্ৰেভেল আৰু হোটেল বুকিঙৰ এটা জনপ্ৰিয় প্লেটফৰ্ম OYO. বিবাহিত দম্পতীৰ পৰা অবিবাহিত দম্পতীলৈ সকলোৱে OYO ত হোটেল বুকিং কৰে। বিশেষকৈ প্ৰেমিক- প্ৰেমিকাৰ মাজত OYO ৰ বিশেষ জনপ্ৰিয়তা আছে বুলি ধৰা হয়। কিয়নো OYO ত গ্ৰাহকে কম দামত হোটেলৰ কোঠা লাভ কৰাৰ লগতে ভাল সুবিধাও লাভ কৰে।

2 / 5

3 / 5

4 / 5

5 / 5

সম্পৰ্ক ভাল কৰিবলৈ খাওক এই ৫ বিধ খাদ্য, মৰম বাঢ়িব আপোনালোকৰ!
ফাষ্ট ফুড খোৱাৰ পিছত পানীৰ পিয়াহ লাগে নেকি? ই কোনো ৰোগৰ সংকেত নেকি?
এই ভুলবোৰ নকৰিব ! বৰ্তমান সময়ত কিডনী দুৰ্বল হোৱাৰ ৫ টা ডাঙৰ কাৰণ কি কি জানেনে ?
জিভাতো হ’ব পাৰে চিন্তনীয় কৰ্কট ৰোগ, এই ৭টা প্ৰাৰম্ভিক লক্ষণক নকৰিব আওকাণ