Vreegu Kashyap: 'মানুহজন মেইন'! কণ্ঠশিল্পী ভৃগু কাশ্যপৰ জন্মদিনত পত্নী প্ৰিয়মে দিলে বিশেষ প্ৰতিশ্ৰুতি... | On Singer Vreegu Kashyap's birthday, wife Priyam Pallabe makes heartfelt vow Assam news - Assam Tv9

Vreegu Kashyap: ‘মানুহজন মেইন’! কণ্ঠশিল্পী ভৃগু কাশ্যপৰ জন্মদিনত পত্নী প্ৰিয়মে দিলে বিশেষ প্ৰতিশ্ৰুতি…

Published: 

05 Nov 2024 | 11:28 AM

আজি কণ্ঠশিল্পী ভৃগু কাশ্যপৰ ওপজা দিন। প্ৰায়ে সামাজিক মাধ্যমত চৰ্চাত থাকে কণ্ঠশিল্পীজন। বৰ্তমান কণ্ঠশিল্পীগৰাকী ব্যস্ত তেওঁৰ আহিবলগীয়া পিকনিকৰ বতৰৰ গীত 'ডুবা ডুবা'ৰ বাবে। য'ত কণ্ঠশিল্পীগৰাকীৰ পত্নীকো অভিনয় কৰা দেখা যাব।

1 / 5অসমৰ যুৱপ্ৰজন্মৰ মাজত অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ। ভৃগু কাশ্যপক অসমত চিনি নোপোৱা মানুহ হয়তো নাই। আজি কণ্ঠশিল্পীজনৰ ওপজা দিন। সামাজিক মাধ্যমত ইজনৰ পিছত সিজন অনুৰাগীয়ে জনাইছে শুভেচ্ছা।

অসমৰ যুৱপ্ৰজন্মৰ মাজত অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ। ভৃগু কাশ্যপক অসমত চিনি নোপোৱা মানুহ হয়তো নাই। আজি কণ্ঠশিল্পীজনৰ ওপজা দিন। সামাজিক মাধ্যমত ইজনৰ পিছত সিজন অনুৰাগীয়ে জনাইছে শুভেচ্ছা।

2 / 5

ভৃগু কাশ্যপে বহু জনপ্ৰিয় গীত ৰাইজক উপহাৰ দিছে। প্ৰায়ে সামাজিক মাধ্যমত চৰ্চাত থাকে কণ্ঠশিল্পীজন। বৰ্তমান কণ্ঠশিল্পীগৰাকী ব্যস্ত তেওঁৰ আহিবলগীয়া পিকনিকৰ বতৰৰ গীত 'ডুবা ডুবা'ত। য'ত কণ্ঠশিল্পীগৰাকীৰ পত্নীকো অভিনয় কৰা দেখা যাব।

3 / 5

অনুৰাগীসকলে ভৃগু-প্ৰিয়মৰ যুটিক যথেষ্ঠ ভাল পায়। বৰ্তমান অসমৰ সৰ্বাধিক চৰ্চিত দম্পতীৰ ভিতৰত ভৃগু-প্ৰিয়ম অন্যতম। এগৰাকী সুদক্ষ অভিনেত্ৰী হিচাপে প্ৰিয়মৰো আছে এটা সুপৰিচয়। প্ৰায়ে বিভিন্নধৰনৰ ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰি থাকে এই দম্পতীয়ে।

4 / 5

ওপজা দিনৰ দিনা পত্নী প্ৰিয়ম পল্লৱীয়ে সামাজিক মাধ্যমত লিখিছে- ''On your special day and always, I promise to cherish, support and adore you . I love you more with each passing year ❤️ @vreeguu_kaxyap, Happy Birthday MUR MANUHJON 🧿.'' সুখে-দুখে হাতত হাত ৰাখি আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে পত্নীয়ে।

5 / 5

সংগীত জীৱনৰ আৰম্ভণিত বহু কষ্ট কৰিবলগীয়া হৈছিল যদিও বৰ্তমান এটা নিজৰ সুপৰিচয় গঢ়িবলৈ সক্ষম হৈছে ভৃগুৱে। আজিৰ এই বিশেষ দিনটোত ভৃগু কাশ্যপলৈ থাকিল জন্মদিনৰ অলেখ অজুত শুভকামনা ।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে