Manu Bhaker: শক্তিপীঠ মা কামাখ্যাৰ আশিস ল'লে অলিম্পিক পদকজয়ী শ্বুটাৰ মনু ভাকৰে | Olympic medalist shooter Manu Bhakar takes blessings from Maa Kamakhya Assam news - Assam Tv9

Manu Bhaker: শক্তিপীঠ মা কামাখ্যাৰ আশিস ল’লে অলিম্পিক পদকজয়ী শ্বুটাৰ মনু ভাকৰে

Published: 

03 Sep 2025 16:24 PM

গুৱাহাটীত অলিম্পিক পদকজয়ী শ্বুটাৰ মনু ভাকৰ। আজি শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে খেলুৱৈগৰাকীয়ে।

1 / 5পুৱাই মা কামাখ্যাত উপস্থিত হয় মনু ভাকেৰ। দুটাকৈ অলিম্পিক পদকজয়ী শ্বুটাৰ গৰাকীয়ে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে।

পুৱাই মা কামাখ্যাত উপস্থিত হয় মনু ভাকেৰ। দুটাকৈ অলিম্পিক পদকজয়ী শ্বুটাৰ গৰাকীয়ে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে।

2 / 5

মঙলবাৰে গুৱাহাটীত উপস্থিত হৈছিল অলিম্পিক পদকজয়ী খেলুৱৈগৰাকী। আজি ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব মনু ভাকেৰে।

3 / 5

কিয়নো আজি আজি অভিৰুচি ক্ৰীড়া দিৱস। অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে কলাক্ষেত্ৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

4 / 5

প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰি অহা হৈছে। আজি কলাক্ষেত্ৰত ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব শ্বুটাৰ মনু ভাকৰে। তাৰ পূৰ্বে মা কামাখ্যাৰ আশিস লয়।

5 / 5

ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অসম অলিম্পিক সংস্থাই শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত মনুক জনাব সম্বৰ্ধনা। দেশলৈ গৌৰৱ কঢ়িয়াই অনা আন্ত:ৰাষ্ট্ৰীয় শ্বুটাৰ গৰাকীক অসম অলিম্পিক সংস্থাই দিব বিচাৰিছে সন্মান।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...