মাত্ৰ ২ টকাৰে কৰক স্বাস্থ্য বীমা, লাখ লাখ টকাৰ কভাৰেজ | Now Get Health Insurance With Only 2 Rs Monthly Premium Assam news - Assam Tv9

Health Insurance:মাত্ৰ ২ টকাৰে কৰক স্বাস্থ্য বীমা, লাখ লাখ টকাৰ কভাৰেজ

Published: 

26 May 2024 | 03:11 PM

Health Insurance: এই আঁচনিৰ অধীনত মাহে মাত্ৰ ২ টকা বা বছৰি ২০ টকা দিলেই স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব পাৰিব। এই বীমাত আপুনি ২ লাখ টকা পৰ্যন্ত কভাৰেজ পাব পাৰে।

1 / 8দিনক দিনে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। চিকিৎসাৰ খৰচো বাঢ়ি গৈ আছে। গতিকে প্ৰত্যেক গৰাকী লোকৰ বাবে এই সময়ত স্বাস্থ্য বীমা অতি প্ৰয়োজনীয়।

দিনক দিনে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। চিকিৎসাৰ খৰচো বাঢ়ি গৈ আছে। গতিকে প্ৰত্যেক গৰাকী লোকৰ বাবে এই সময়ত স্বাস্থ্য বীমা অতি প্ৰয়োজনীয়।

2 / 8

বহুতে এতিয়া স্বাস্থ্য বীমাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে । কিন্তু যিসকলৰ উপাৰ্জন অলপ কম, ইচ্ছা কৰিলেও তেওঁলোকে বীমা লাভ কৰিব নোৱাৰে। সেই সকলৰ বাবে এতিয়াৰ পৰা চিন্তাৰ কোনো কাৰণ নাই। ২ টকাত স্বাস্থ্য বীমা কৰিব পাৰিব।

3 / 8

ভাৰত চৰকাৰে সাধাৰণ মানুহৰ স্বাস্থ্য সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে উৎকৃষ্ট বীমা আঁচনি গ্ৰহণ কৰিছে ।

4 / 8

এই আঁচনিৰ অধীনত মাহে মাত্ৰ ২ টকা বা বছৰি ২০ টকা দিলেই স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব পাৰিব। এই বীমাত আপুনি ২ লাখ টকা পৰ্যন্ত কভাৰেজ পাব পাৰে।

5 / 8

এই বীমা আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী বীমা সুৰক্ষা যোজনা। ভাৰত চৰকাৰে ২০১৬ চনৰ পৰা এই বীমা আঁচনি আৰম্ভ কৰিছে।

6 / 8

যিকোনো বেংকৰ পৰাই এই আঁচনিৰ সুবিধা ল’ব পাৰিব। ইয়াৰ বাবে বেংকৰ সৈতে যোগাযোগ কৰিব লাগিব।

7 / 8

বেংকসমূহেও অনলাইনযোগে এই সেৱা আগবঢ়ায়। এই স্বাস্থ্য বীমাৰ বাবে আপুনি অনলাইন আবেদন কৰিব পাৰে।

8 / 8

কিন্তু মনত ৰাখিব, বেংক একাউণ্টটো বন্ধ কৰিলে বা কোনো কাৰণত একাউণ্টটো বন্ধ হ’লে পলিচিও বন্ধ হৈ যাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...