চলমান খান নহয়, ‘তেৰে নাম’ ছবিখনৰ বাবে নিৰ্মাতাৰ প্ৰথম পচন্দ কোন আছিল জানেনে?
Tere Naam First Choice: আজিও মানুহে চলমান খানৰ ২২ বছৰ পুৰণি ছবি ‘তেৰে নাম’ চাবলৈ ভাল পায়। চলমানে ৰাধে হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এই ছবিখন চোৱাৰ পিছত মানুহে চলমানৰ হেয়াৰষ্টাইল আৰু ড্ৰেছিং ষ্টাইল কপি কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু অতি কম সংখ্যকেহে জানে যে এই ছবিখনৰ বাবে তেওঁ নিৰ্মাতাৰ প্ৰথম পছন্দ নাছিল।
1 / 6

2 / 6
3 / 6
4 / 6
5 / 6
6 / 6
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...
Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?