ছীটবেল্ট-হেলমেট নিপিন্ধিলে নাপাব তেল: মহানগৰ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা | no fuel will be available with seat belt and helmet kamrup metro administration sop Assam news - Assam Tv9

ছীটবেল্ট-হেলমেট নিপিন্ধিলে নাপাব তেল: মহানগৰ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা

Updated On: 

22 Nov 2024 | 11:54 AM

ছীটবেল্ট-হেলমেট নিপিন্ধিলে ডিপোত নিদিয়ে তেল। এই নিৰ্দেশনা কামৰূপ জিলা প্ৰশাসনৰ। তেল ডিপোত CCTV থকাতো বাধ্যতামূলক।

1 / 5কামৰূপ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা। ছীটবেল্ট-হেলমেট নিপিন্ধিলে মহানগৰীৰ ডিপোত নিদিয়ে তেল।

কামৰূপ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা। ছীটবেল্ট-হেলমেট নিপিন্ধিলে মহানগৰীৰ ডিপোত নিদিয়ে তেল।

2 / 5

কামৰূপ জিলা দণ্ডাধীশৰ এই নিৰ্দেশনা। ইয়াৰ ওপৰিও তেল ডিপোত লগাব লাগিব CCTV।

3 / 5

তেল ডিপোত CCTV থকাতো বাধ্যতামূলক। CCTVত স্পষ্টকৈ থাকিব লাগিব ক্ৰেতাৰ ভিডিঅ’।

4 / 5

CCTV লগাবলৈ স্বত্বাধিকাৰীক দিয়া হৈছে ১০ দিনৰ সময়। CCTVৰ ফুটেজ পৰীক্ষা কৰিব কাৰ্যবাহী দণ্ডাধীশে।

5 / 5

যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা। দুৰ্ঘটনা ৰোধ কৰিবলৈ প্ৰশাসনৰ এই ব্যৱস্থা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...