ৰিয়েল লাইফত চৰ্চাত মইনা কলিজা! চুমি-বিশালৰ অধ্যায়ক লৈ ছ’চিয়েল মিডিয়াত ভাইৰেল নতুন গীত | New song goes viral on social media about Sumi Bora and Vishal's chapter Assam news - Assam Tv9

ৰিয়েল লাইফত চৰ্চাত মইনা কলিজা! চুমি-বিশালৰ অধ্যায়ক লৈ ছ’চিয়েল মিডিয়াত ভাইৰেল নতুন গীত

barasha-misra
Published: 

05 Sep 2024 23:13 PM

সামাজিক মাধ্যমত এতিয়া চৰ্চাৰ অন্যতম কেন্দ্ৰ বিন্দু চুমি বৰা। অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি বিশাল আৰু চুমিয়ে এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল। ফ্লেট, মাটি, বিলাসী গাড়ী, দামী কাপোৰ আদি সকলো আছিল দুয়োৰে লগত।

1 / 5আৰক্ষী নহয় চুমিক বিচাৰি গীত-কবিতা লিখিছে একাংশই। সামাজিক মাধ্যমত এতিয়া কেৱল চুমিৰ চৰ্চা।

আৰক্ষী নহয় চুমিক বিচাৰি গীত-কবিতা লিখিছে একাংশই। সামাজিক মাধ্যমত এতিয়া কেৱল চুমিৰ চৰ্চা।

2 / 5‘চুমি অ’ চুমি কত আছা তুমি,পুলিচে বিচাৰি খাইছে হাবাথুৰি , নাভাবিবা তুমি বাছি যাম বুলি”- এই গীতটি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

‘চুমি অ’ চুমি কত আছা তুমি,পুলিচে বিচাৰি খাইছে হাবাথুৰি , নাভাবিবা তুমি বাছি যাম বুলি”- এই গীতটি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

3 / 5

অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি বিশাল আৰু চুমিয়ে এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল।

4 / 5

আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা।

5 / 5

বিয়াৰ পাছত প্ৰথম ট্ৰিপটো পাতি লোৱা ভায়েক বিশালে চুমিক উপহাৰ হিচাপে দিছিল।

ইউৰিক এচিডৰ সমস্যাত অধিক বিপজ্জনক এনে খাদ্য, এতিয়াই কৰক ত্যাগ
আপুনি দৈনিক গ্ৰহণ কৰা পৰিপূৰকে গোপনে যকৃত আৰু বৃক্কৰ ক্ষতি কৰে নেকি? জানক
খাদ্য বিষক্ৰিয়া হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক
ইংলেণ্ডৰ মাটিত এক মহাৰেকৰ্ড স্থাপনৰ দিশে কে এল ৰাহুল, অতিক্ৰমৰ সুযোগ এই কিংবদন্তিক