Abhimanyu: আহি আছে ‘অভিমন্যু’, চক্ৰবেহু ভেদ কৰি ওলাই আহিব পাৰিব নে আজিৰ অভিমন্যুই?
অসমীয়া ছবিৰ সুদিন ঘূৰি আহিছে। ইখনৰ পিছত সিখন অসমীয়া ছবি মুক্তি পাবলৈ ধৰিছে ছবিগৃহত। এইবাৰ ১৫ নৱেম্বৰত মুক্তি লাভ কৰিব অসমীয়া ছবি 'অভিমন্যু' |
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5