বিশ্বাসে মিলয় হৰি! এজোপা গছ আৰু এডাল সাপৰ আচৰিত কাহিনী | Nature and Faith Stand Together: Titka’s Miracle Snake Stays Strong Assam news - Assam Tv9

বিশ্বাসে মিলয় হৰি! এজোপা গছ আৰু এডাল সাপৰ আচৰিত কাহিনী

Published: 

01 Nov 2025 | 07:50 PM

বিশ্বাস কৰিলে সকলো সম্ভৱ! বিশ্বাসৰ ফলতে এটি শিলকো আমি ভগৱান ৰূপে পূজা কৰো। এই সমস্ত পৃথিৱী বিশ্বাসৰ ওপৰতে চলি আছে। আজি তেনেই এটা কাহিনী জানো আহক...

1 / 5প্ৰকৃতি আৰু বিশ্বাস একেলগে সন্মুখত! টিটকাৰ এডাল সাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কিছুদিনৰ পৰা এডাল বিশেষ গছ আৰু সাপ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।

প্ৰকৃতি আৰু বিশ্বাস একেলগে সন্মুখত! টিটকাৰ এডাল সাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কিছুদিনৰ পৰা এডাল বিশেষ গছ আৰু সাপ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।

2 / 5

বিশ্বাস কৰিলে সকলো সম্ভৱ! বিশ্বাসৰ ফলতে এটি শিলকো আমি ভগৱান ৰূপে পূজা কৰো। এই সমস্ত পৃথিৱী বিশ্বাসৰ ওপৰতে চলি আছে। আজি তেনেই এটা কাহিনী জানো আহক...

3 / 5

বজালীৰ টিটকাত স্থানীয় যুৱকসকলে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। শিৱ মন্দিৰৰ ওচৰৰ এজোপা গছৰ চাৰিওফালে শুকান খেৰেৰে সাঁজি উলিওৱা হৈছে এডাল বৃহৎ সাপ।

4 / 5

শিৱৰাত্ৰিৰ সময়ত গছত সাপ এডাল প্ৰস্তুত কৰিছে। কিন্তু ধুমুহা-বতাহৰ পিছতো মাটিৰ সাপডালৰ কোনো ক্ষতি হোৱা নাই।

5 / 5

সেয়ে সকলোৱে ভগৱানৰ কোনো মহিমা বুলি বিশ্বাস কৰিছে। গছজোপা সুৰক্ষিত কৰি ৰাখিবলৈ কোনো ডাল নকটাকৈ এই সাপডাল তৈয়াৰ কৰিছিল । এই সাপডাল সাজি উলিওৱাৰ পিছৰে পৰা গছজোপা কাটিবলৈ কোনো লোকে বৰ্তমানলৈ সাহস কৰা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...