বীৰ লাচিত সেনাৰ কাৰ্যালয়ত অঘটন! ভাঙি লণ্ড-ভণ্ড কৰিলে কোনে? | Nalbari Bir Lachit Sena office incident, who vandalized? Assam news - Assam Tv9

বীৰ লাচিত সেনাৰ কাৰ্যালয়ত অঘটন! ভাঙি লণ্ড-ভণ্ড কৰিলে কোনে?

Updated On: 

28 Oct 2025 | 09:24 PM

নলবাৰী এল এন বি ৰোডত আছিল বীৰ লাচিত সেনাৰ কাৰ্যালয়। কাৰ্যালয়ত প্ৰৱেশ কৰি ফালি পেলায় বেনাৰ - পোষ্টাৰ। জাতীয় সংগঠনৰ কাৰ্যালয়ত কিয় এই কাম কৰিলে বজৰং দলে ?

1 / 5নলবাৰীৰ বীৰ লাচিত সেনাৰ কাৰ্যালয়ত ভয়ংকৰ ঘটনা। ভাঙি লণ্ড-ভণ্ড কৰিলে  নলবাৰী জিলাৰ বজৰং দলে।

নলবাৰীৰ বীৰ লাচিত সেনাৰ কাৰ্যালয়ত ভয়ংকৰ ঘটনা। ভাঙি লণ্ড-ভণ্ড কৰিলে নলবাৰী জিলাৰ বজৰং দলে।

2 / 5

নলবাৰী এল এন বি ৰোডত আছিল বীৰ লাচিত সেনাৰ কাৰ্যালয়। কাৰ্যালয়ত প্ৰৱেশ কৰি ফালি পেলায় বেনাৰ - পোষ্টাৰ।

3 / 5

বজৰং দল নলবাৰী জিলা সমিতিৰ কাণ্ডক লৈ ব্যাপক প্ৰতিক্ৰিয়া। উল্লেখ্য যে, ধন দাবীৰ বৃহৎ পৰিণাম ভুগিলে বীৰ লাচিত সেনাই।

4 / 5

ৰাহুল মিশ্ৰক ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছিল দলটো। ৰণ্টু পানীফুকন গ্ৰেপ্তাৰ যদিও পলাতক বিকাশ অসম।

5 / 5

ইফালে ৰণ্টু পানীফুকন, তন্ময় চেতিয়া, উৎপল দত্তক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। আজি CJM আদালতত হাজিৰ কৰোৱা হৈছিল বীৰ লাচিত সেনাৰ ৩ নেতাক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...