শ্বাহৰুখ, ছলমান নে অমিতাভ! কাৰ ওচৰত সবাতোকৈ দামী ব্যক্তিগত জেট আছে? জানক মূল্য... | most expensive and luxurious private jet in Bollywood star know in details Assam news - Assam Tv9

শ্বাহৰুখ, ছলমান নে অমিতাভ! কাৰ ওচৰত সবাতোকৈ দামী ব্যক্তিগত জেট আছে? জানক মূল্য…

Published: 

05 Jun 2025 16:20 PM

বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীৰ ব্যক্তিগত বিমান আছে। ইয়াৰ ভিতৰত শ্বাহৰুখ খান, ছলমান খান, অমিতাভ বচ্চন আদি অন্যতম। পিছে কাৰ বিমান কিমান দামী আপুনি জানেনে?

1 / 8বলীউডৰ বেছিভাগ ছুপাৰষ্টাৰৰ প্ৰাইভেট জেট বিমান আছে। শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি ছলমান খান, অমিতাভ বচ্চন আদি সকলোৰে ব্যক্তিগত বিমান আছে। এয়া তেওঁলোকে ভ্ৰমণ, শ্বুটিং আদি কামত ব্যৱহাৰ কৰে। পিছে কোনজন তাৰকাৰ ওচৰত কিমান দামী জেট আছে জানেনে?

বলীউডৰ বেছিভাগ ছুপাৰষ্টাৰৰ প্ৰাইভেট জেট বিমান আছে। শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি ছলমান খান, অমিতাভ বচ্চন আদি সকলোৰে ব্যক্তিগত বিমান আছে। এয়া তেওঁলোকে ভ্ৰমণ, শ্বুটিং আদি কামত ব্যৱহাৰ কৰে। পিছে কোনজন তাৰকাৰ ওচৰত কিমান দামী জেট আছে জানেনে?

2 / 8

বাদশ্বাহ খ্যাত শ্বাহৰুখ খানৰো ব্যক্তিগত বিমান আছে। এই বিমানখনৰ মডেল- গালফষ্ট্ৰিম জি৫৫০। ইয়াত মুঠ ১৯ জন যাত্ৰী কঢ়িয়াব পাৰি। ইয়াৰ মূল্য ৫২৬ কোটি টকা।

3 / 8

অমিতাভ বচ্চানৰো ব্যক্তিগত বিমান আছে। ইয়াৰ মডেল-Bombardier Challenger 300। ইয়াত মুঠ ১০ জন যাত্ৰী কঢ়িয়াব পাৰি। মূল্য ২৬০ কোটি।

4 / 8

বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ ওচৰতো ব্যক্তিগত বিমান আছে। ইয়াৰ মডেল Hawker 800। এই বিমানত ইয়াত মুঠ ৮ জন যাত্ৰী কঢ়িয়াব পাৰি। মূল্য ১৭১ কোটি টকা।

5 / 8

ছেইফ আলী খানৰ ওচৰতো ব্যক্তিগত বিমান আছে। মডেল Gulfstream G550। বিমানখনত মুঠ ১৯ জন যাত্ৰী কঢ়িয়াব পাৰি। মূল্য ৫২৬ কোটি। ইয়াত বহু অতিৰিক্ত সেৱা আছে।

6 / 8

হৃত্বিক ৰোশনৰ ওচৰতো আছে ব্যক্তিগত বিমান। ইয়াৰ মডেল Gulfstream G550 । যাৰ মূল্য ৫২৬ কোটি টকা। এই বিমানখন হৃত্বিকে পৰিয়ালৰ সৈতে ফুৰিবলৈ যাবৰ বাবেও ব্যৱহাৰ কৰে।

7 / 8

অজয় দেৱগনো ব্যক্তিগত বিমানৰ মালিক। তেওঁ প্ৰথম বলীউড ষ্টাৰ যিয়ে ব্যক্তিগত জেট কিনিছিল। ইয়াক মূল্য ৮৪ কোটি টকা।

8 / 8

ছলমান খানৰো ব্যক্তিগত বিমান আছে। ইয়াৰ মডেল Bombardier Challenger 300। ইয়াৰ মূল্য ৫২৬ কোটি টকা। ।এই জেট বিমানখন বিলাসী কেবিনৰ বাবে পৰিচিত।

মাছৰ মূৰ খাই ভাল পায় নে? পিছে জানেনে এয়া দেহৰ বাবে ভাল নে বেয়া!
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ? তৎক্ষণাত এই ঘৰৱা উপায় গ্ৰহণ কৰক...
কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...