কোন এইজন অসমৰ কংগ্ৰেছ নেতা, যাক সহায় কৰিছে ইছলামিক দেশৰ প্ৰায় ৫০০০ ফেচবুক একাউণ্টে!
শেহতীয়াকৈ ৫ হাজাৰৰো অধিক ছ’চিয়েল মিডিয়া একাউণ্ট অসম কংগ্ৰেছৰ সপক্ষে সক্ৰিয় হৈ পৰিছে। এই একাউণ্টসমূহৰ বেছিভাগেই ইছলামিক দেশৰ পৰা চলি আছে। সংবাদমেলত দাবী মুখ্যমন্ত্ৰীৰ।
1 / 7

2 / 7
3 / 7
4 / 7
5 / 7
6 / 7
7 / 7