নিৰ্বাচনী ৰোডশ্ব'ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী Assam news - Assam Tv9

নিৰ্বাচনী ৰোডশ্ব’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Updated On: 

15 Apr 2024 | 05:08 PM

মংগালুৰু আৰু দক্ষিণা কানাড়া সংসদীয় সমষ্টিত নিৰ্বাচনী ৰোডশ্ব’ত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উক্ত অনুষ্ঠানত হাজাৰ হাজাৰ ভোটদাতাই অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত যুৱ ভোটাৰেও অংশগ্ৰহণ কৰে ।

1 / 6অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী

অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী

2 / 6

হাজাৰ হাজাৰ ভোটদাতাৰ আগত হাতত বিজেপিৰ প্ৰতীক চিহ্ন লৈ ৰোডশ্ব’ত অংশগ্ৰহণ কৰে মোদীয়ে ।

3 / 6

ৰোডশ্বত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক ওচৰতে পাই মোদী মোদী চিঞৰিলে ভোটাৰ ৰাৰইজে ।

4 / 6

সম্পূৰ্ণ গেৰুৱা সাজ পৰিধান কৰি মোদী ৰোডশ্ব'ত অংশগ্ৰহণ কৰে ভোটাৰ ৰাইজে ।

5 / 6

মোদীৰ ৰোডশ্ব'ত দেখা গ'ল যুৱ ভোটাৰকো । অতি উলাহেৰে মোদীৰ ৰোডশ্ব ত অংশগ্ৰহণ কৰে যুৱ ভোটাৰে ।

6 / 6

ফুলেৰে সজোৱা গাড়ীত উঠি ৰোডশ্ব'ত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...