ৰাজ্যৰ চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ, পঞ্চায়তৰ সচিবৰ ২,০০০ ঠিকাভিত্তিক পদ মুকলি | minister Ranjeet Kumar Dass announce Recruitment for 2,000 contractual posts in Panchayat Secretaries assam Assam news - Assam Tv9

ৰাজ্যৰ চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ, পঞ্চায়তৰ সচিবৰ ২,০০০ ঠিকাভিত্তিক পদ মুকলি

Updated On: 

25 Aug 2025 | 02:14 PM

নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ দিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে।পঞ্চায়তৰ সচিবৰ কাৰণে ৰাজ্যত মুকলি কৰা হৈছে প্ৰায় ২,০০০ ঠিকাভিত্তিক পদ । নিৰ্বাচনৰ আগমুহূৰ্তত এই খালী পদসমূহত নিযুক্তি প্ৰদান কৰিব চৰকাৰে।

1 / 5ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। ইয়াৰ মাজতে নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ দিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে।

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। ইয়াৰ মাজতে নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ দিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে।

2 / 5

পঞ্চায়তৰ সচিবৰ কাৰণে ৰাজ্যত মুকলি কৰা হৈছে প্ৰায় ২,০০০ ঠিকাভিত্তিক পদ । নিৰ্বাচনৰ আগমুহূৰ্তত এই খালী পদ সমূহত নিযুক্তি প্ৰদান কৰিব চৰকাৰে।

3 / 5

এটকাও খৰচ নকৰাকৈ যোগ্য প্ৰাৰ্থীয়ে লাভ কৰিব চাকৰি। ইয়াৰ বাবে অনুষ্ঠিত কৰা হ'ব লিখিত পৰীক্ষা। এই তথ্য প্ৰকাশ কৰে মন্ত্রীগৰাকীয়ে।

4 / 5

ইয়াৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। আগন্তুক ২-৩ মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব এই প্ৰক্ৰিয়া।

5 / 5

ইফালে মাদানীক কংগ্ৰেছৰ এজেন্ট হিচাপে আখ্যা দি ৰণজিৎ দাসে কয়, অসম অশান্ত কৰিবলৈ অহা মাদানীক ধৰ্মীৰ সংখ্যালঘু ৰাইজে বৰ্জন কৰিব লাগে। লগতে উচ্ছেদক লৈ ধৰ্মীয় সংখ্যালঘুসকলে ভয় কৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে মন্ত্রীগৰাকীয়ে।

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ