Tamanna Bhatia Birthday: ১৩ বছৰ বয়সতে পাইছিল ছবিৰ প্ৰস্তাৱ, জানক তামান্না ভাটিয়াৰ অভিনয় যাত্ৰাৰ সবিশেষ…
Happy Birthday Tamanna Bhatia: আজি ৩৫ তম জন্মদিন উদযাপন কৰিছে অভিনেত্ৰী তামান্না ভাটিয়াই। অতি কম বয়সতে দক্ষিণৰ পৰা বলীউডলৈকে সকলো ছবিতে সফলতা অৰ্জন কৰিছে তামান্নাই। তামান্নাৰ নাম আজি শ্ৰেষ্ঠ অভিনেত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5