বজাৰলৈ আহি আছে মাৰুটি ছুজুকিৰ নতুন পাঁচখন বাহনঃ উপলব্ধ হ’ব ইলেক্ট্ৰিক বাহনো
বজাৰত নতুন চমক দিবলৈ সাজু হৈছে ভাৰতৰ সৰ্ববৃহৎ গাড়ী কোম্পানী মাৰুতি চুজুকি। কোম্পানীটোৱে ভাৰতীয় বজাৰত পাঁচখনকৈ নতুন গাড়ী মুকলি কৰিব। এই তালিকাত আছে হাইব্ৰিড আৰু ইলেক্ট্ৰিক বাহনো। যদি আপুনিও এই বৰ্ষত এখন চাৰিচকীয়া বাহন লোৱাৰ পৰিকল্পনা কৰিছে, তেতিয়াহ’লে মাৰুতি চুজুকিৰ এই নতুন বাহনকেইখনৰ ওপৰত এবাৰ চকু ফুৰাব পাৰে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5